• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চন্দ্ৰযান-২য়ে গ্ৰহণ কৰা প্ৰথম চন্দ্ৰৰ ছবিয়ে বিশ্বৰ লগতে অসমতো সৃষ্টি কৰিছে কৌতূহলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 23, 2019 3:09 pm

2 min read

moon-chandrayaan-680x375

ফটো : ইছৰোৰ টুইটাৰৰ সৌজন্যত

699
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)চন্দ্ৰযান-২য়ে তোলা চন্দ্ৰৰ প্ৰথম ছবি বৃহস্পতিবাৰে মুকলি কৰিছে।

বাতৰি অনুসৰি, মহাকাশ সংস্থাটোৱে জানিব দিছে যে ছবিখন চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫০ কিলোমিটাৰ উচ্চতাৰ পৰা লোৱা হৈছে।

সংস্থাটোৱে ছবিখনৰ জৰিয়তে চন্দ্ৰৰ দুটা গুৰুত্বপূৰ্ণ চিহ্ন –এপল’ ক্ৰেটাৰ আৰু মেয়াৰ অ’ৰিয়েণ্টেল বেছিন চিনাক্ত কৰিছে।

ইছৰোৱে ইয়াৰ অ’ফিচিয়েল টুইটাৰত ছবিখন মুকলি কৰি লিখিছে :

Take a look at the first Moon image captured by #Chandrayaan2 #VikramLander taken at a height of about 2650 km from Lunar surface on August 21, 2019.

Mare Orientale basin and Apollo craters are identified in the picture.#ISRO pic.twitter.com/ZEoLnSlATQ

— ISRO (@isro) August 22, 2019

‘ চন্দ্ৰযান২য়ে তোলা চন্দ্ৰৰ প্ৰথমখন ছবিখন এবাৰ চকু ফুৰাই চাওক। ২১ আগষ্ট, ২০১৯’ তাৰিখে বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫০ কিলোমিটাৰ উচ্চতাৰ পৰা ছবিখন তুলিছে।

 মেয়াৰ অ’ৰিয়েণ্টেল বেছিন আৰু এপল’ ক্ৰেটাৰ ছবিখনত চিনাক্ত কৰা হৈছে।‘

নেশ্যনেল এৰোনেটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেশ্যনে কয় যে এইটো এটা আটাইতকৈ বৃহৎপৰিসৰৰ চন্দ্ৰৰ আকৰ্ষণীয় বৈশিষ্ট আছিল।

মঙলবাৰে, ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান, চন্দ্ৰযান-২ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।

মহাকাশযান খনে অহা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

ইছৰোৰ অধ্যক্ষ কে ছিভনে কৈছিল যে অহা ২ ছেপ্টেম্বৰত পৰৱৰ্তী প্ৰধান পৰিঘটনাটো সংঘটিত হ’ব। সেইদিনা বিক্ৰম নামৰ যানখন উপগ্ৰহটোৰ পৰা বিছিন্ন হৈ এলানি জটিল অধ্যয়নৰ বাবে  বাবে প্ৰৱেশ কৰিব।

চলিত মাহৰ আৰম্ভণিত ইছৰোৱে চন্দ্ৰযান-২য়ে তোলা পৃথিৱীৰ পাঁচখন চিত্ৰ মুকলি কৰিছিল।

অভিযানটো সফল হ’লে, চন্দ্ৰত এক সফল অৱতৰণ কৰাত সক্ষম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পাছত ভাৰত হ’ব চতুৰ্থখন দেশ।

চন্দ্ৰযান-২ৰ সফল উৎক্ষেপণৰ বাবে অহোপুৰুষাৰ্থ কৰা দলটোৰ মাজত  অসমৰ তিনিগৰাকী বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদম ৰাজীৱ সিং অন্যতম।

জ্যোতিৰ্বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামী চন্দ্ৰযান-২ অভিযানৰ বাবে গঠিত পৰামৰ্শদাতা কমিটিৰ অধ্যক্ষ।

দীপক কুমাৰ দাস ইছৰোৰ স্পেছ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd