DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৯০ টা ভোটবিশিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান ১৮১ টা : কৰ্তব্যৰত নিৰ্বাচনী বিষয়াসকলক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 9:30 pm
EVMs
497
VIEWS
Share on FacebookShare on Twitter

অসম বিধান নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণত বিভিন্ন ঠাইত বিসংগতি হোৱাৰ বাতৰি আহিছে।

যোৱা ২ এপ্ৰিলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়j ভোটগ্ৰহণ দিনা ডিমা হাছাও জিলাতো ভোটগ্ৰহণত বিসংগতি হোৱাৰ  বাতৰি আহিছে।

সোমবাৰে ডিমা হাছাও জিলাৰ হাফলং বিধাসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত বৈধ ভোটাৰ সংখ্যাতকৈ ভোটদানৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

হাফলাং বিধানসভা সমষ্টিৰ ৯০ টা ভোট বিশিষ্ট ১০৭ নং খোথলি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰ্বাচনী তথ্য পাতিসমূহ পৰীক্ষা কৰাৰ অন্তত ১৮১ টা ভোটদান হোৱাৰ তথ্য পোৱা গৈছে।

জিলা নিৰ্বাচন বিষয়াই প্ৰকাশ কৰা অনুসৰি উক্ত ভোটগ্ৰহণ কেন্দ্ৰটো ২০২১ৰ বিধানসভা নিৰ্বাচনত নতুনকৈ স্থাপন কৰা হৈছে।

মুখ্য নিৰ্বাচন বিষয়া নীতিন খাডেই প্ৰকাশ কৰা অনুসৰি উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত মুঠ বৈধ ভোট আছে ৯০ টা আৰু ভোটদান হৈছে ১৮১ টা।

এইন বিসংগতি ধৰাৰ পৰাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

আনহাতে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত কৰ্তব্যৰত ৫ গৰাকী নিৰ্বাচনী বিষয়াক নিলম্বন কৰা হৈছে।

Tags: Assam Election

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd