• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 9, 2021 8:48 am
Titabar-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক বিশ্লেষকসকলৰ বিশেষ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

উল্লেখ্য যে তিতাবৰ সমষ্টিৰ পৰাই একেৰাহে চাৰিবাৰ বিজয়ী হৈ তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ।

Apply Now

২০১৪ বৰ্ষত প্ৰৱল প্ৰতিষ্ঠান বিৰোধী আৰু বিজেপিৰ সপক্ষে বলা ঢৌৰ মাজতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিৰোধী প্ৰাৰ্থীক ধূলিস্যাৎ কৰি বিপুল ভোটত বিজয়ী হৈ আহিছিল।

যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ লগে লগে সমষ্টিটোৰ পৰা কোনে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰিব তাক লৈ বিভিন্ন মহলত বিশেষভাৱে চৰ্চা লাভ কৰিছিল।

আনকি তিতাবৰ সমষ্টিৰ পৰা তৰুণ গগৈৰ পুত্ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ো ২০২১ বিধানসভা নিৰ্বাচত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৰ্চা লাভ কৰিছিল।

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা পূৰ্বে তিতাবৰ সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাকেলৈ বিভিন্ন মহলত চৰ্চা লাভ কৰি থকাৰ সময়তে দলটোৱে ভাস্কৰজ্যোতি বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

তিতাবৰৰ এগৰাকী কৰ্মযোগী, উদ্যোগী, কৃষক আৰু মানৱ হিতৈষী ব্যক্তি হিচাপে জনাজাত ভাস্কৰজ্যোতি বৰুৱা তিতাবৰ সমষ্টিটোৰ ডাৰ্ক-হ’ৰ্ছ প্ৰাৰ্থী বুলি বিবেচিত হৈছে।

ইফালে আমাৰ সংবাদিকৰ আগত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাই কয়ে যে তেওঁ বিজয়ী হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিটোত অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ কৰিব।

“তিতাবৰৰ এজন ব্যক্তি হিচাপে তৰুণ দাৰ কি সপোন আছিল সেয়া মই জানো। সমষ্টিটোত ১০০ কোটি টকীয়া নদীৰ পৰা পানী যোগান ধৰা এখন আঁচনি ৰূপায়ণ কৰাতো মোৰ প্ৰথম লক্ষ্য হ’ব। ইয়াৰ দ্বাৰা সমষ্টিটোৰ সকলো লোককে পকিষ্কাৰ, আৰ্চেনিকমুক্ত, আইৰণমুক্ত খোৱা পানী প্ৰদান কৰা হ’ব।” ভাস্কৰজ্যোতি বৰুৱাই কয়।

ইয়াৰ উপৰিও উদ্যোগ স্থাপন, কৃষিখণ্ডৰ উন্নয়ন, ক্ষুদ্ৰ পৰিসৰৰ কৃষি ফাৰ্ম স্থাপন ও নিৰ্মাণ, স্বাস্থ্য, শিক্ষা খণ্ডৰ আদিৰ লগতে সমষ্টিটোৰ সকলো স্তৰৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ভাস্কৰজ্যোতি বৰুৱাই।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd