• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কোনো প্ৰভাৱ নপৰিল শিৱসাগৰত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 3, 2018 2:07 pm
20181103_125049

শিৱসাগৰত বন্ধ পালন নকৰিবলৈ ৰাইজক আহ্বান বীৰ লাচিত সেনাৰ সদস্যৰ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ধলাত বঙালী সম্প্রদায়ৰ ৫ জন নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ কোনো প্ৰভাৱ নপৰিল শিৱসাগৰত।

আজি পুৱাৰে পৰা শিৱসাগৰত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থাকে। নগৰখনৰ সকলো দোকান পোহাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্কুল কলেজৰ লগতে সকলো চৰকাৰী কাৰ্য্যালয় সম্পূৰ্ণ ৰূপে খোলা থাকে।

Apply Now

ইয়াৰ উপৰিও অসম ৰাজ্যিক পৰিবহণ নিগমৰ সকলো যানবাহনৰ চলাচল অব্যাহত থকাৰ লগতে চৰকাৰী বেচৰকাৰী আৰু ব্যক্তিগত যান বাহনসমূহো ৰাজপথত স্বাভাৱিক ৰূপত চলাচল কৰা দেখা গ’ল।

আনহাতে, বন্ধৰ সময়ছোৱাত শিৱসাগৰত বন্ধৰ সমৰ্থন কৰিবলৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোনো এজন লোক ৰাজপথলৈ ওলাই অহা দেখা নগ’ল। তাৰ পৰিৱৰ্ত্তে বীৰ লাচিত সেনাৰ লগতে বহু কেইটা সংগঠনে পুৱাই বন্ধ পালন নকৰিবলৈ ৰাইজক আহ্বান জনাই ৰাজপথলৈ ওলাই আহে।

ইপিনে, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰতি জনসাধাৰণৰ বিশেষ সঁহাৰি নোপোৱাৰ বাবে সংগঠনটোৱে ২৪ ঘন্টীয়া বন্ধটো ১২ ঘণ্টালৈ হ্ৰাস কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd