• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ বিজেপিৰ missedcall; এইবাৰ C(A)Aৰ সমৰ্থনত missedcall দিবলৈ আহ্বান ৰঞ্জিত দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2020 2:16 pm
BJP meeting

বিজেপিৰ সভা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৌদিশে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে বিজেপিয়ে আইনখনৰ সমৰ্থনত মিছড কল সেৱা মুকলি কৰে।

আজি ‘কা’ বিৰোধী আন্দোলনৰ বিৰুদ্ধে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰি ৬০ হাজাৰ লোকৰ সমাবেশেৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বুথ সভাপতি আৰু নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ সন্মিলন অনুষ্ঠিত কৰে।

Apply Now

এই সন্মিলনতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাষণ প্ৰদান কৰি বিজেপিৰ আগন্তুক নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে।

‘‘২১ চনৰ নিৰ্বাচনৰ কথা আগত ৰাখি ২০২০ চনৰ কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে,’’ দাসে কয়।

অহা ৭ জানুৱাৰিৰ পৰা বিজেপি কৰ্মীসকলে বুথে বুথে গৈ ‘কা’ৰ বাস্তৱ সত্য সম্পৰ্কে ৰাইজক অৱগত কৰি সম্পৰ্ক অভিযান আৰম্ভ কৰিব।

১২ জানুৱাৰিত বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তা সকলে যুৱ সম্পৰ্ক অভিযানৰ অংশস্বৰূপে সকলো ৰাজনৈতিক, অৰাজনৈতিক দলৰ যুৱকক সাক্ষাৎ কৰিব।

২০-২৫ জানুৱাৰীলৈ বুথ পৰ্যায়ত পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পাছত ২৭-২৮ জানুৱাৰীত আইদেউ বুলনি কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব বুলিও দাসে জনায়।

তদুপৰি, ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে মণ্ডল ভিত্তিত  বিজেপিয়ে কাৰ্যসূচী হাতত ল’ব।

‘‘কংগ্ৰেছৰ অস্তিত্ব জাগৰণ চল চাই কঠিয়া পৰাৰ দৰে। কংগ্ৰেছে এতিয়া কক বকাই আছে। ১৯৭১ চনৰ আগত অহা লাখ লাখ মানুহক নথি পত্ৰ নোহোৱাকৈ তেওঁলোকে স্বদেশী কৰিলে। কংগ্ৰেছক ধিক্কাৰ দিছোঁ, তেওঁলোক গণ শত্ৰু। যিসকল কংগ্ৰেছীয়ে চাবুৱাত বিধায়কৰ ঘৰ জ্বলাইছে, যি কংগ্ৰেছী কৰ্মীয়ে মহিলা বিজেপি কাৰ্যকৰ্তাক চুলিত ধৰি অত্যাচাৰ কৰিছিল সেই সকলে উপলব্ধি কৰি এই সভাত অংশগ্ৰহণ কৰিছে,’’ ৰঞ্জিত দাসে নিজৰ ভাষণত এইদৰে কয়।

আনহাতে, ৰঞ্জিত দাসে কেন্দ্ৰীয় চৰকাৰক CAB ৰ পৰা C(A)A কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সমিতিৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰে।

‘কা’ সমৰ্থনত ৮৮৬৬২৮৮৬৬২ নম্বৰত missedcall দিয়াৰ বাবে বিজেপিৰ কাৰ্য্যকৰ্তা সকলক বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd