DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ দলৰে কাৰ্য্যসূচী বিফল কৰিবলৈ জি এছ ৰ’ডত বেহু ৰচনা বিজেপি চৰকাৰৰ

দলৰ নেতাৰ অনুপস্থিতিৰ বাবে ডেৰ ঘণ্টা পলমকৈ আৰম্ভ হ'ল বিজেপিৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2018 1:32 pm
405
VIEWS
Share on FacebookShare on Twitter

বিৰোধী দলৰ কাৰ্য্যালয় ঘেৰাওৰ দৰে বেআইনী কামৰ পৰা নিজৰ দলৰ নেতা-কৰ্মীক বিৰত ৰাখিবলৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰশাসনে। ইয়াৰ বাবে আজি গুৱাহাটীৰ জি এছ ৰ’ডৰ দুঠাইত বেৰিকেইড দিয়াৰ লগতে কেইবাশও নিৰাপত্তা ৰক্ষী অনৱৰতে সষ্টম হৈ আছে গণেশগুৰিৰ পৰা ৰাজীৱ ভৱন পৰ্য্যন্ত।

উল্লেখযোগ্য যে আজি বিজেপিয়ে দলটোৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাফাল বিমান ক্ৰয় প্ৰক্ৰিয়াত খেলিমেলি কৰা বুলি কংগ্ৰেছৰ অভিযোগ আৰু এই সম্পৰ্কীয় বিতৰ্কৰ প্ৰতিবাদ জনাই সমগ্ৰ দেশতে ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী লৈছে।

ইয়াৰ অংশহিচাপে গুৱাহাটীত আজি দলটোৰ নেতা-কৰ্মীসকলে কংগ্ৰেছৰ জি এছ ৰ’ডত থকা ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ আগ বাঢ়িছে। দিচপুৰৰ গোপাল বড়ো হাইস্কুলৰ পৰা সমদল কৰি যোৱা বিজেপিৰ নেতা-কৰ্মীৰ দলটোৱে পুৱা ১১ বজাত ৰাজীৱ ভৱন অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও, বহুকেইজন শীৰ্ষনেতা সময় উপস্থিত নোহোৱা বাবে প্ৰায় ডেৰ ঘণ্টা পলমকৈ এই সমদল আৰম্ভ কৰিব লগীয়া হয়।

ইপিনে ৰাজ্য চৰকাৰৰ প্ৰশাসন সাজু হৈ আছে যিকোনো অপ্ৰীতিকৰ আৰু আইন-শৃংখলাজনিত পৰিস্থিতি চম্ভালিবৰ বাবে। কেইবাশও নিৰাপত্তা কৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান লৈ প্ৰতিৰোধ গঢ়াৰ লগতে জি এছ ৰোডৰ দুঠাইত বেৰিকেইড স্থাপন কৰিছে। তাৰোপৰি ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈকে অনৱৰতে সষ্টম ৰাখিছে নিৰাপত্তাৰক্ষী। জানিব পৰামতে, খ্ৰীষ্টানবস্তিস্থিত হোটেল গে’টৱেৰ ওচৰতে প্ৰতিবাদী সমদলটো ৰোধাৰ বাবে চেষ্টা চলাব প্ৰশাসনে।

Recent News

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

Johnny Depp: জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ!

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd