• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 9, 2025 7:41 pm
251
VIEWS
Share on FacebookShare on Twitter

ঘৰলৈ ঘূৰি আহিছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান শুদ্ধি ৰাভা। শুদ্ধি ৰাভাৰ ঘৰ কোকৰাঝাৰ জিলাৰ দামোদৰপুৰত।

অপাৰেশ্যন সিন্দুৰৰ সময়ত শত্ৰু পক্ষৰ বিৰুদ্ধে বীৰদৰ্পে যুঁজ দি আহত হৈছিল সেনা জোৱানগৰাকী। শৰীৰৰ আঠটা স্থানত গুৰুতৰভাবে আঘাত পাইছিল শুদ্ধি ৰাভাই।

আজি তেওঁ চিকিৎসাৰ অন্তত কোকৰাঝাৰ ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে বি এছ এফৰ সেনা-বিষয়া, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু দামোদৰপুৰৰ শ শ লোকে তেওঁক উষ্ম আদৰণি জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত আঘাত পোৱা সেই ভয়ানক অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে। লগতে তেওঁক আদৰণি জনোৱা প্ৰশাসনৰ লোক আৰু গাওঁবাসীক ধন্যবাদ জ্ঞাপন কৰে।

Tags: BSFINDIA PAKISTAN WAR

Recent News

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd