• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে তিনিখন আসন দখল কৰাটো একো ডাঙৰ মেছেজ নহয়: দুলু আহমেদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 24, 2019 8:20 pm
Dulu Ahmed assam congress

দুলু আহমেদ। নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিয়ে চাৰিখন আসনৰ তিনিখন আসন দখল কৰাটো কোনো ডাঙৰ মেছেজ নহয়।‘ অসমৰ সদ্য সমাপ্ত উপ-নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্য্যয়ৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে।

‘জনিয়াত বিজেপিয়ে যিধৰণে প্ৰচাৰ কৰিছে তাত তেওঁলোক সক্ষম হৈছে।‘ এইদৰে মন্তব্য কৰি আহমেদে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসে ষড়যন্ত্ৰ কৰি জনিয়াত এ আই য়ু ডি এফক জয়ী কৰালে বুলিও সদৰী কৰে।

Apply Now

‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জনিয়াত কংগ্ৰেছৰ ভোট বিভাজনৰ ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ গতিকে জনিয়াবাসীয়ে তেওঁলোকক ভোট দিব বুলি চলোৱা প্ৰচাৰ ‘ভুৱা’ আছিল। মুছলমানৰ ভোটখিনি বিভাজন কৰি এআইয়ুডিএফৰ বাট মুকলি কৰি দিলে।‘ দুলু আহমেদে কয়।

তেওঁ লগতে কয় ‘জনিয়া সমষ্টিত তিনিমাহ আগলৈকে ৪২ হাজাৰ ভোটত অগ্ৰগতি লৈ লোকসভাত জয়ী হৈছিলো। কিমান বুথৰ পৰা যোৱাবাৰ আৰু এইবাৰ কিমান ভোট পালো সেইবোৰ বিশ্লেষণ কৰিব লাগিব।‘

‘কি কাৰণে তিনিমাহত মানুহৰ মনত কংগ্ৰেছৰ প্ৰতি বেয়া ভাব আহিল?’ এইদৰে প্ৰশ্ন কৰি তেওঁ কয় ‘সেইবোৰ চালি-জাৰি চাব লাগিব। ভোটাৰে গম নাপালে যে এ আই য়ু ডি এফক জিকাবৰ বাবে বিজেপিয়ে তেনে প্ৰাৰ্থী দিছিল।‘

ইপিনে, বিজেপিয়ে এই উপ নিৰ্বাচনত কেৱল সাম্প্ৰদায়িক ইছুৰে জয়ী হোৱা বুলি দাবী কৰে আহমেদে।

‘বিজেপিৰ কোনো নিৰ্বাচনী ইছু নাই, তেওঁলোকৰ কেৱল সাম্প্ৰদায়িক ইছু। তেওঁলোকে কেন্দ্ৰ-ৰাজ্যত চৰকাৰ থকা বুলি কোৱাতকৈ কি কি ভাল কাম কৰিছে সেইটো ক’ব লাগিছিল। ভোটাৰ ৰাইজক ব্লেকমেইল কৰাৰ দৰে হ’ল।‘ আহমেদে কয়।

ইপিনে, কংগ্ৰেছক শক্তিশালী কৰিবলৈ তৃণমূল পৰ্য্যায়ত কাম কৰিব লাগিব সেই বিষয়েও অৱগত কৰিলে আহমেদে।

‘তৃণমূল কৰ্মীসকল হতাশ হ’ব নালাগে। নেতাসকলেও তৃণমূল কৰ্মীয়ে ক’ত অসুবিধা পাই আছে, সেইটো লক্ষ্য ৰাখিব লাগিব। আমাৰ মাজত থকা মনোমালিন্য আঁতৰ কৰিব লাগিব। লবীকেন্দ্ৰিক হ’লে দলৰ ক্ষতি হ’ব, দলৰ ক্ষতি হ’লে তৃণমূল কৰ্মীয়ে কষ্ট পাব।‘ আহমেদে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd