• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2021 6:28 am
index.jpggh_-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰি, প্ৰাক্তন সাংসদ ৰমেন ডেকাক “ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগৰ” সহ উপাধ‍্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰাৰ লগতে কেবিনেট মৰ্য্যদা প্ৰদানৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে।

Apply Now

চৰকাৰে খিলঞ্জীয়া ভূমিহীন লোকক পূৰ্বৰ তিনিবছৰৰ বিপৰীতে এতিয়াৰে পৰা মাটি প্ৰদান কৰাৰ সময়তেই ম্যাদী পট্টা প্ৰদান কৰিব। ১৫ বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব।

ফ্লেট পঞ্জীয়ন কাৰ্য সহজ কৰাৰ লক্ষ্যৰে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে জিলা প্ৰশাসনৰ কোনো অনুমতি ল’ব নালাগে। ক্ৰেতা-বিক্ৰেতাই নিজেই পঞ্জীয়ন কাৰ্য সমূহ সম্পন্ন কৰিব পাৰিব।

১ লাখ চাকৰিৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে বিগত কেবিনেটে আৰক্ষী বিভাগৰ প্ৰায় ১৫ হাজাৰ পদ পূৰণৰ অনুমোদন জনাইছিল। বুধবাৰৰ কেবিনেটে পুনৰ শিক্ষা বিভাগত খালী হৈ থকা ২২,৯২১ টা পদ পূৰণৰ নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন জনায়।

ইয়াৰে ভিতৰত প্ৰাথমিক শিক্ষাত দহ হাজাৰ, মাধ্যমিক শিক্ষাত ১২,৯২১ টা পদ পূৰণ কৰা হ’ব। আনহাতে, পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা লগতে বড়ো মাধ্যম, গাৰো মাধ্যম আৰু মনিপুৰী মাধ্যমৰ বাবেও বিশেষ টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰিব।

১ ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ৰাজ্য চৰকাৰে “গোৰ্খা” নাগৰিক সকলক বিদেশী ৰূপে কোনো ধৰণৰ গোচৰ নচলোৱাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

বিদেশী ন্যায়ীধীকৰণত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ ওপৰত চলি থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd