NORTHEAST NOW (Assamese)

Assam Career : IIT Guwahati ১৬ টা খালী পদৰ বাবে আবেদন আহ্বান

July 23, 2022 6:12 pm · এন ই নাও নিউজ
Updated: July 23, 2022 6:16 pm

আইআইটি গুৱাহাটীত ১৬ টা খালী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।
আইআইটি গুৱাহাটী প্ৰযুক্তি উদ্ভাৱন আৰু উন্নয়ন ফাউণ্ডেশ্যনত বিভিন্ন কাৰিকৰী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

আইআইটি গুৱাহাটী প্ৰযুক্তি উদ্ভাৱন আৰু উন্নয়ন ফাউণ্ডেচনে সহযোগী অভিযন্তা, সহকাৰী অভিযন্তা, কাৰিকৰী সহায়ক আৰু প্ৰশাসনিক সহায়ক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : সহযোগী অভিযন্তা (এএছই)

 পদৰ সংখ্যা : ৩

শাখা অনুসৰি খালী পদসমূহ:

চি.এছ.ই. : ১
এম ই : ২
দৰমহা : ৪৫,০০০ টকা – ৫৫,০০০ টকা
অৰ্হতা : চি.এছ.ই./এম.ই.-ত M.Tech + চি.এছ.ই./এম.ই.-ত M.Tech বা B.Tech ৰ পিছত ১ বছৰৰ অভিজ্ঞতা + ৩ বছৰৰ অভিজ্ঞতা B.Techৰ পিছত।

Also Read: Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

পদৰ নাম : সহকাৰী অভিযন্তা (এ.ই.)

 পদৰ সংখ্যা : ৫

শাখা অনুসৰি খালী পদসমূহ:

চি.এছ.ই. : ২
এমই /পিআই : ২
ই /ইচিই /ইই : ১
দৰমহা : ৩৫,০০০ টকা  – ৪৫,০০০ টকা

অৰ্হতা : B.Tech (চি.এছ.ই./এম.ই./পি.আই./ই.চি.ই./ই.ই.ই.-ত) /চি.এছ.ই./ই.চি.ই./ই.-ত M.Sc + B.Tech/M.Sc ৰ পিছত ১ বছৰৰ অভিজ্ঞতা।
পদৰ নাম : প্ৰশাসনিক সহায়ক তথা একাউণ্টেণ্ট

 পদৰ সংখ্যা : ২

দৰমহা : ২৫,০০০ টকা – ৩৫,০০০ টকা

Also Read: Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

অৰ্হতা : B.Com+ ১ বছৰৰ অভিজ্ঞতা

পদৰ নাম : কাৰিকৰী সহায়ক

 পদৰ সংখ্যা : ৬

শাখা অনুসৰি খালী পদসমূহ:

চি.এছ.ই. : ২
এমই /পিআই : ১
ই /ইচিই : ৩
দৰমহা : ২২,০০০ টকা – ৩২,০০০ টকা

অৰ্হতা : B.Tech /আইটিআই+৩ বছৰৰ অভিজ্ঞতা / ডিপ্লোমা + প্ৰাসঙ্গিক ক্ষেত্ৰত ১ বছৰৰ অভিজ্ঞতা

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বিজ্ঞাপনত দিয়া অনুসৰি গুগল ফৰ্ম লিংকৰ জৰিয়তে ওপৰোক্ত পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে ৫ আগষ্ট ২০২২।

বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক

Also Read: Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Related News