• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2022 6:29 pm
Assam Career
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় ৰিফাইনেৰী লিমিটেডত বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে
নুমলীগড় ৰিফাইনেৰী লিমিটেডে সহকাৰী বিষয়া- বাণিজ্যিক (প্ৰশিক্ষাৰ্থী), সহকাৰী একাউণ্ট বিষয়া আৰু বিষয়া (বিত্ত) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : সহকাৰী বিষয়া- বাণিজ্যিক (প্ৰশিক্ষাৰ্থী)
পদৰ সংখ্যা : ১
অত্যাৱশ্যকীয় অৰ্হতা: নূন্যম্নতম ৬০ শতাংশ  নম্বৰৰ সৈতে ইউজিচিৰ দ্বাৰা অনুমোদিত  স্বীকৃত বিশ্ববিদ্যালয় / প্ৰতিষ্ঠানৰ পৰা বাণিজ্য শাখাত ২ বছৰৰ পূৰ্ণকালীন স্নাতকোত্তৰ ডিগ্ৰী এমকম থাকিব লাগিব।
অভিজ্ঞতা : এই পদৰ বাবে কোনো পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন নাই
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
পদৰ নাম : সহকাৰী একাউণ্ট বিষয়া
পদৰ সংখ্যা : ২
অৰ্হতা:

Also read : Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

Apply Now

ক) চিএ / চিএমএ (মধ্যৱৰ্তী) পাছ আৰু আইআইত নিম্নতম ৬০ শতাংশ  নম্বৰৰ সৈতে ইউজিচিৰ দ্বাৰা অনুমোদিত স্বীকৃত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী থকা হ’ব লাগিব৷
অভিজ্ঞতা : এনে অৰ্হতা থকা প্ৰাথীৰ ৩ বছৰ অভিজ্ঞতা থাকিব লাগিব৷ (চিএ/চিএমএ (মধ্যৱৰ্তী) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তাৰিখৰ পৰা অভিজ্ঞতা বিবেচনা কৰা হ’ব)
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
পদৰ নাম : বিষয়া (বিত্ত)
পদৰ সংখ্যা : ১
অৰ্হতা: চাৰ্টাৰ্ড একাউণ্টেণ্ট/ ব্যয় আৰু ব্যৱস্থাপনা একাউণ্টেণ্ট, ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান/ ভাৰতীয় ব্যয় একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ সদস্য পদ  থকা হ’ব লাগিব৷
অভিজ্ঞতা : প্ৰতিষ্ঠিত ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত বিত্তীয় কাৰ্যত  ৩ বছৰৰ অভিজ্ঞতা। চিএ/চিএমএ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তাৰিখৰ পৰা এনে  অভিজ্ঞতা বিবেচনা কৰা হ’ব ৷
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
বাছনি প্ৰক্ৰিয়া : লিখিত পৰীক্ষা আৰু ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব৷
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৮ জুলাই,২০২২  তাৰিখে ২৩ঃ৫৯ বজালৈকে ৱেবছাইট http://www.nrl.co.in/ ৰ জৰিয়তে ওপৰোক্ত পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব৷
বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
https://portal2.nrl.co.in/onlineapp/openAttachment.aspx?id=272

Also read : Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd