DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home চাকৰি

Assam Career : অসম বিশ্ববিদ্যালয়, শিলচৰত যোগ প্ৰশিক্ষকৰ পদ খালী, কিদৰে কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2022 3:59 pm
Assam Career
53
VIEWS
Share on FacebookShare on Twitter

অসম বিশ্ববিদ্যালয় শিলচৰে কৰ্তব্যত যোগদান কৰাৰ তাৰিখৰ পৰা ৬ (ছয়) মাহৰ প্ৰাৰম্ভিক ম্যাদৰ বাবে সম্পূৰ্ণ অস্থায়ী ভিত্তিত অংশকালীন যোগ প্ৰশিক্ষক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ কৰিছে। চকৰিৰ ম্যাদ প্ৰয়োজনীয়তাৰ ভিত্তিত বৃদ্ধি কৰা হ’ব পাৰে।

পদৰ নাম : আংশিক সময়ৰ বাবে  যোগ প্ৰশিক্ষক

পদৰ সংখ্যা : ১

দৰমহা : প্ৰতিদিনে ১২০০/- টকা, সপ্তাহত তিনিদিন
অত্যাৱশ্যকীয় অৰ্হতা : যিকোনো স্বীকৃত বিশ্ববিদ্যালয় / প্ৰতিষ্ঠান / কেন্দ্ৰৰ পৰা যোগ প্ৰশিক্ষণ / যোগ বিজ্ঞানত ডিপ্লোমা / প্ৰমাণপত্ৰসহ স্নাতক
আন্তঃ-বিশ্ববিদ্যালয়/ৰাষ্ট্ৰীয় অথবা ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ অভিজ্ঞতাসহ।

Also read : Assam Career : IIT Guwahati ১৬ টা খালী পদৰ বাবে আবেদন আহ্বান

ৰাজ্য/ৰাষ্ট্ৰীয়/আন্তঃবিশ্ববিদ্যালয়, আন্তঃবিদ্যালয় আদিত যোগ  প্ৰতিযোগিতাত  ভাল প্ৰদৰ্শন কৰা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।
যোগ প্ৰশিক্ষণ / যোগ বিজ্ঞানত স্নাতক ডিগ্ৰী থকা প্ৰাৰ্থীয়ে অধিক অগ্ৰাধিকাৰ লাভ কৰিব।

বাছনি প্ৰক্ৰিয়া : শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত ২৩ আগষ্ট, ২০২২ তাৰিখে পুৱা ১১.৩০ বজাত ৱাক-ইন-ইণ্টাৰভিউ অনুষ্ঠিত হ’ব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে সকলো  নথিপত্ৰৰ সৈতে  নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰ পূৰণ কৰি , মূল আৰু স্ব-প্ৰমাণিত প্ৰমাণপত্ৰৰ প্ৰতিলিপিসহ  ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত থাকিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
http://www.aus.ac.in/wp-content/uploads/2022/08/Notification-for-walk-in-interview-Part-Time-Yoga-Instructor.pdf

Also read : Assam Career : NIPER গুৱাহাটীত ইনকিউবেচন মেনেজাৰৰ পদ খালী, কেনেদৰে কৰিব আবেদন?

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd