DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Assam CEE 2020 ৰ নতুন তাৰিখ ঘোষণা,২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 3:42 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিয়ে আছাম ক’ম্বাইণ্ড এনট্ৰেন্স এগজামিনেশ্যন( Assam CEE 2020)ৰ নতুন দিন ঘোষণা কৰিছে।

ক’ৰ’ণাতংকৰ বাবে ইতিপূৰ্বে দুবাৰকৈ  পিছুওৱা Assam CEE 2020 সন্দৰ্ভত  ৪ জুনত আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিয়ে No ASTU/CEE/2020/627/PN3 নম্বৰৰ বিশেষ জাননী যোগে ঘোষণা কৰিছিল যে পৰীক্ষা ২ আগষ্টত অনুষ্ঠিত কৰা হ’ব।

কিন্তু ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকালৈ চাই পৰীক্ষাৰ দিন পুনৰ পিছুৱাব লগীয়া হৈছে বুলি বিশ্ব বিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ সদস্য সচিবে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি অহা ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব Assam CEE 2020.

পৰীক্ষাৰ্থী সকলে ১৫ ছেপ্তেম্বৰৰ পৰা এডমিট কাৰ্ড সংগ্ৰহ কৰিব পাৰিব।

পৰীক্ষা অনুষ্ঠিত হ’ব দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ।

ফলাফল ঘোষণা কৰা হ’ব ৩০ ছেপ্তেম্বৰ অথবা তাৰ পূৰ্বে।

শিক্ষাৰ্থী আৰু অভিভাৱক সকলে আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ ৱেবছাইটwww.astu.ac.in.ত এই সম্পৰ্কীয় যাৱতীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।

শিক্ষাৰ্থী সকলে অনলাইন লেন-দেন সম্পৰ্কীয় তথ্যৰ বাবে 08472880277, 09769199421, 09619452109 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আছাম ছায়েন্স এণ্ড টেকন’ল’জি ইউনিভাৰ্চিটিৰ সদস্য সচিবে প্ৰকাশ কৰিছ

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd