• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এতিয়া বিনিয়োগৰ বাবে সুন্দৰ ঔদ্যোগিক বাতাবৰণ গঢ়ি উঠিছে : সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 8:41 pm
CM-Investment 1

জনতা ভৱনত বৈঠকৰ সময়ত মুখ্য মন্ত্ৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনিয়োগৰ বাবে অসমত এতিয়া সুন্দৰ ঔদ্যোগিক বাতাবৰণ গঢ়ি উঠিছে বুলি মত প্ৰকাশ কৰিছে।

সেয়েহে উদ্যোগ আৰু বাণিজ্য বিভাগে ‘ইজ অৱ ডুয়িং বিজনেছ’ সঠিক ধৰণে ৰূপায়ণ কৰাৰ দিশত অগ্ৰসৰ হ’ব লাগিব যাতে ৰাজ্যখতন আৰু অধিক বিনিয়োগ সম্ভৱ হৈ উঠে। আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা কক্ষত ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যখনত হোৱা বিনিয়োগৰ পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰি সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনলৈ আৰু অধিক বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ ল’বলৈও উদ্যোগ আৰু বাণিজ্য বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, বিশ্ব বিনিয়োগ সন্মিলনৰ পাছত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে ৫৭,৪৩৭ কোটি টকা বিনিয়োগ হৈছে। তদুপৰি প্ৰায় ১৫,৯২৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ বিভিন্ন পৰ্যায়ত আছে।

মুখ্য মন্ত্ৰীয়ে আজিৰ বৈঠকত বাণিজ্যিক উৎপাদনৰ দিশত হোৱা বিনিয়োগৰ পৰিমাণৰ বিষয়েও জানিব বিচাৰে আৰু উদ্যোগ আৰু বাণিজ্য বিভাগ তথা ইয়াৰ আনুসংগিক বিভাগসমূহক বাণিজ্যিক উৎপাদন কৰা কোম্পানী সমূহত অনুকূল বাতাবৰণ বৰ্তাই ৰখাৰ দিশত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যে পতঞ্জলি, ডাৱৰ ইণ্ডিয়া লিমিটেড,  ইমামি, হিন্দুস্থান ইউনি লিভাৰ, আই টি চি, ব্ৰিটানিয়া তথা আন কেতবোৰ কোম্পানীয়ে ৰাজ্যখনত বাণিজ্যিক উৎপাদনৰ কাম আৰম্ভ কৰিছে।

তদুপৰি ঔষধ উৎপাদনৰ দিশত চানফাৰ্মাস পিঅ’ৰ এণ্ড কিঅ’ৰ, আজন্তা ফাৰ্মা  তথা আন কেতবোৰ কোম্পানীয়ে উৎপাদন আৰম্ভ কৰিছে। ইয়াৰ উপৰি হোটেল আৰু হাস্পাতাল খণ্ডই বাণিজ্যিক উৎপাদনত ইতিমধ্যে লাভ অৰ্জনৰ দিশত গতি কৰিছে।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ উত্তৰোণৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগক বাণিজ্যিক সংস্কাৰৰ কৰ্ম আঁচনি হাতত লোৱাৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰৰ প্ৰথমটো বিধান সভাৰ অধিৱেশনতে ‘ইজ অৱ ডুয়িং এক্ট-২০১৬’ খন অনুমোদন জনোৱা হৈছিল। ইয়াৰদ্বাৰা ব্যৱসায়ীৰ ক্ষেত্ৰত চিংগল উইণ্ডো এজেন্সি এটা প্ৰতিষ্ঠা কৰা হৈছিল। ফলশ্ৰুতিত ৩৪ টা চৰকাৰী বিভাগৰ ৪০৫ বিজনেছ টু গৰ্ভমেণ্ট (বি ২ জি) সেৱাৰ অনলাইন অনুমোদনৰ ব্যৱস্থা কৰা হৈছে।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে অসমত ‘নেশ্যনেল বেম্ব’ মিশ্যন’ৰ ৰূপায়ণৰ অগ্ৰগতিৰো পৰ্যাচোলনা কৰে। মুখ্য মন্ত্ৰীয়ে উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে অভিযান সঞ্চালকক এই অভিযানৰ বিভিন্ন খণ্ড যেনে-কৃষি, উৎপাদন, উন্নয়ন আৰু প্ৰক্ৰিয়াকৰণ, বাঁহ বিপণনৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু উৎকৰ্ষ সাধন, দক্ষতা উন্নয়ন আৰু সজাগতা সৃষ্টিৰ অভিযান ইত্যাদি বিষয় সমূহ সক্ৰিয়ভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, বেম্ব’ মিশ্যনৰ অভিযান সঞ্চালক মিনাক্ষী সুন্দৰম, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ লগতে বিভিন্ন জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd