• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 4, 2019 8:30 am

1 min read

Black-Flag to Sonowal

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঙলবাৰে সন্ধিয়া দেশৰ ৰাজধানী নতুন দিল্লীত ক’লা পতাকা প্ৰদৰ্শন কৰা হয়।

নতুন দিল্লীত থকা অসম ভৱনত প্ৰৱেশৰ সময়তে মুখ্য মন্ত্ৰী সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰী সকলে ক’লা পতাকা দেখুৱায়।

ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পাছতে আৰক্ষীৰ লোকে তৎপৰতাৰে প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আতৰাই নিয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে নতুন দিল্লীত উপস্থিত হৈছিল।

মঙলবাৰে অসমৰ দুয়োগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দক শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনায়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, নতুন দিল্লীস্থ অসম ভৱনত প্ৰৱেশৰ সময়তে সোণোৱালক দুজন নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে ক’লা পতাকা দেখুৱায়।

ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন স্থানত মুখ্য মন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন কৰা হৈছিল।

কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ইতিমধ্যে বিশ্ববিদ্যালয় দুখনত সোণোৱালৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd