• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মুখ্যমন্ত্ৰীয়ে অতিক্ৰম কৰিছে শালীনতাৰ সীমা”: নিৰ্বাচনৰ পাছতে প্ৰশাসনৰ ‘দুমুখীয়া’ নীতিৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:18 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ নিৰ্বাচনী ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ আৰু প্ৰশাসনৰ ভূমিকাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। আজি এক বিবৃতিযোগে অসম নাগৰিক সন্মিলনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যই শালীনতাৰ সীমা অতিক্ৰম কৰা বুলি অভিযোগ উত্থাপন কৰিছে। নিৰ্বাচনকালীন সময়ত বিৰোধী প্ৰাৰ্থী আৰু সংবাদ মাধ্যমৰ ওপৰত চলোৱা মানসিক হাৰাশাস্তি তথা আৰক্ষীৰ পক্ষপাতদুষ্ট আচৰণক সন্মিলনে কঠোৰ ভাষাৰে গৰিহণা দিছে।

অসম নাগৰিক সন্মিলনৰ অভিযোগ অনুসৰি, চৰকাৰে আৰক্ষী বাহিনীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ অপচেষ্টা চলাইছে। কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ তথ্যভিত্তিক প্ৰত্যুত্তৰ দিয়াৰ পৰিৱৰ্তে আৰক্ষী পঠিয়াই তেওঁক আটক কৰিবলৈ লোৱা পদক্ষেপক সন্মিলনে ‘অগণতান্ত্ৰিক’ বুলি অভিহিত কৰিছে। একেদৰে, মধ্য গুৱাহাটীৰ অজাপৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ বিৰুদ্ধে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে চৌধুৰী আৰু তেওঁৰ সতীৰ্থকহে মাজনিশা থানালৈ মাতি নি হাৰাশাস্তি কৰা কাৰ্যই প্ৰশাসনৰ দুমুখীয়া নীতিক স্পষ্ট কৰি তুলিছে।

Apply Now

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, চৰকাৰক সমালোচনা কৰা নিৰ্দিষ্ট কেইটামান সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে প্ৰকাশ্যে ভাবুকি প্ৰদান কৰাটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এক অশনি সংকেত। নিৰ্ভয়ে ক্ষমতাধিষ্ঠিত পক্ষৰ ভুল আঙুলিয়াই দিয়াটোৱেই সাংবাদিকৰ কৰ্তব্য যদিও বৰ্তমান ৰাজ্যত সাংবাদিকক কৰ্তব্য পালনত বাধা দিয়াৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ বাসগৃহত চলোৱা তালাচি আৰু বিৰোধীৰ পৰিয়ালৰ বিৰুদ্ধে কৰা অপ্ৰমাণিত ব্যক্তিগত আক্ৰমণক সন্মিলনে গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী বুলি গণ্য কৰিছে।

বিবৃতিটোত অসম নাগৰিক সন্মিলনে আহ্বান জনাইছে যে নিৰ্বাচনৰ পাছৰ এই সন্ধিক্ষণত বিৰোধী প্ৰাৰ্থীসকলে ইভিএমৰ (EVM) সুৰক্ষাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা উচিত। বৰ্তমান ৰাজ্যৰ সকলো ইভিএম কঢ়িওৱা বাকচ ষ্ট্ৰং ৰূমত আৱদ্ধ হৈ থকাৰ সময়ত কোনো ধৰণৰ গাফিলতি যাতে নহয়, তাৰ বাবে তেওঁলোকে সজাগ হ’বলৈ সকীয়াই দিছে।

বৰ্তমান চৰকাৰী পক্ষৰ পৰা এই অভিযোগসমূহৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। অনাগত দিনত প্ৰশাসনৰ ভূমিকা আৰু নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাই ৰাজ্যৰ গণতান্ত্ৰিক সুস্থিৰতা নিৰূপণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd