• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত ঘটা হিংসাত্মক ঘটনাত অসম নাগৰিক সমাজৰ উদ্বেগ প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 1:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰ সম্প্ৰতি ভয়ানক ভ্ৰাতৃঘাতী সংঘৰ্ষত জৰ্জৰিত। ইতিমধ্যে এই সংঘৰ্ষত মণিপুৰৰ ভালেমান লোকে প্ৰাণ হেৰুৱাইছে আৰু কেবাহাজাৰ লোক গৃহহীন হৈ আশ্ৰয় শিবিৰত আছে। এই মুহূৰ্ত্তত সংঘৰ্ষৰ শাম কাটিছে যদিও পৰিস্থিতি ভিতৰি অত্যন্ত উত্তেজনাপূৰ্ণ আৰু অস্থিৰ হৈ আছে। আনকি আশ্ৰয় শিবিৰসমূহতো মানুহে নিৰাপদ অনুভৱ নকৰা হৈছে।

ওচৰ- চুবুৰীয়া হিচাপে এই সমগ্ৰ ঘটনাৰাজি আমি গভীৰ উদ্বেগ আৰু উৎকন্ঠাৰে লক্ষ্য কৰি আছোঁ।যোৱা কিছু বছৰ ধৰি মণিপুৰত কিছুমান উদ্বেগজনক ঘটনা ঘটি আছিল। কিন্তু, শেহতীয়া হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ এটা বিশেষ সম্প্ৰদায়ক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি। আমি অনুভৱ কৰিছোঁ ৰাজ্য চৰকাৰে যেন নিৰপেক্ষতাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে।

Apply Now

দুৰ্ভাগ্যজনক কথা যে মণিপুৰ জ্বলি থকা সময়ত, শাসকীয় দলৰ কেন্দ্ৰীয় নেতৃত্ব ব্যস্ত আছিল কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ।এই কথা অনস্বীকাৰ্য্য যে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিবলৈ হ’লে তাত থকা বিভিন্ন জনগোষ্ঠীৰ মাজৰ দীৰ্ঘদিনীয়া সংঘাতৰ মূল কাৰণসমূহ বাছি উলিয়াই তাৰ সমাধানৰ উপায় উলিয়াব লাগিব।

কিন্তু এই মুহূৰ্ত্তৰ প্ৰয়োজন হ’ল হিংসাৰ অৱসান ঘটোৱা আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিশেষকৈ শিশু, বৃদ্ধ আৰু নাৰীসকলৰ প্ৰতি যথোচিত সাহায্য প্ৰদান কৰা। অসম নাগৰিক সমাজে অনুভৱ কৰে যে মণিপুৰলৈ স্থায়ী শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে আৰু সম্পূৰ্ণ নিৰপেক্ষতাৰে কাৰ্যকৰী ব্যৱস্থা হাতত লওক আৰু সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।

আমি সমগ্ৰ মণিপুৰৰ জনসাধাৰণলৈও আহ্বান জনাওঁ তেখেতসকলে যাতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাব পৰা কোনো পদক্ষেপ হাতত নলয়।

অজিত কুমাৰ ভূঞা, সভাপতি, পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক
অসম নাগৰিক সমাজ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd