• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ অসহিষ্ণুতা আৰু প্ৰশাসনৰ পক্ষপাতিত্বক লৈ গভীৰ উদ্বেগ প্ৰকাশ অসম চিভিল ছ’চাইটিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:19 am
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যম আৰু বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰতি প্ৰদৰ্শন কৰা ‘অসহিষ্ণু’ আচৰণক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে অসম চিভিল ছ’চাইটিয়ে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈয়ো কেতবোৰ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ বিৰোধী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, কুনকি চৌধুৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ প্ৰতি যি ধৰণৰ বৈষম্যমূলক আচৰণ তথা হাৰাশাস্তি কৰা হৈছে, তাৰ ফলত জনসাধাৰণৰ মনত নিৰ্বাচনী ব্যৱস্থাটোৰ প্ৰতি সন্দেহৰ সৃষ্টি হোৱা বুলি সংগঠনটোৱে উল্লেখ কৰে।

অসম চিভিল ছ’চাইটিয়ে অভিযোগ কৰিছে যে বৰ্তমান ৰাজ্যৰ প্ৰশাসনৰ বাঘজৰী নিৰ্বাচন আয়োগৰ হাতত থকাৰ পাছতো বিৰোধীৰ প্ৰতি চলোৱা দমনমূলক কাৰ্যই আয়োগৰ নিৰপেক্ষ ভাৱমূৰ্তিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে যি দৰে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ বিপৰীতে কুনকি চৌধুৰীয়ে দাখিল কৰা গুৰুতৰ অভিযোগসমূহৰ ক্ষেত্ৰত আয়োগৰ ৰহস্যজনক মৌনতাই ৰাইজৰ মনত সন্দেহ বৃদ্ধি কৰিছে। সংগঠনটোৰ মতে, জনসাধাৰণৰ মনত এনে সন্দেহৰ সৃষ্টি হ’লে ভৱিষ্যতে নিৰ্বাচনৰ ফলাফলক লৈয়ো জনসাধাৰণৰ মাজত অবিশ্বাসৰ সৃষ্টি হ’ব পাৰে।

Apply Now

সংগঠনটোৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু কাৰ্যকৰী সভাপতি আব্দুল মান্নানে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ শেহতীয়া কিছুমান বক্তব্যক ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী বুলি অভিহিত কৰিছে। বিশেষকৈ ‘অসমীয়া প্ৰতিদিন’, ‘ডিৱাই ৩৬৫’ৰ দৰে সংবাদ প্ৰতিষ্ঠান, অন্যান্য নিউজ প’ৰ্টেল আৰু কুনকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আক্ৰোশমূলক মন্তব্য আগবঢ়াইছে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। এনে ধৰণৰ অসহিষ্ণু আচৰণৰ পৰা বিৰত থাকিবলৈ সংগঠনটোৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। লগতে শাসকীয় পক্ষৰ কোনো ধৰণৰ প্ৰৰোচনাত ভৰি নিদিবলৈ সংগঠনটোৱে বিৰোধী দল আৰু সমৰ্থকসকলক সতৰ্ক কৰি দিয়ে। আৰু সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত নিৰ্বাচন আয়োগক অধিক নিৰপেক্ষ আৰু সক্ৰিয় ভূমিকা পালন কৰিবলৈ সংগঠনটোৱে অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd