DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 7:17 am
assam-kGM-

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি

16.1k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খনি আৰু খনিজ  সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে।

পৰ্যালোচনামূলক বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোক ইয়াৰ কাম-কাজ সম্বন্ধে জনসাধাৰণৰ মাজত সঠিক ধৰণে আলোকপাত কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলাৰ চূণ-শিলৰ খনি সমূহৰ ব্যৱহাৰৰ দিশত আগন্তুক ১৫ দিনৰ ভিতৰতে সংশ্লিষ্ট সকলো পক্ষক সামৰি ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল’বলৈও বিভাগটোক নিৰ্দেশ দিয়ে।

ডিমা হাছাওৰ স্থানীয় সম্প্ৰদায় সমূহে তেওঁলোকৰ ভূমি খনিজ সম্পদ উদঘাটনৰ বাবে অনুমতি নিদিয়া বিষয় সম্বন্ধে পৰ্যালোচনা কৰাৰ ওপৰটো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

খনি আৰু খনিজ সম্পদ(উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন, ২০১৫ অনুসৰি ডিষ্ট্ৰিক মিনাৰেল ফাউণ্ডেশ্যন ষ্ট্ৰাষ্ট সমূহে খনি থকা অঞ্চল সমূহত উন্নয়নী কাৰ্য্য চলোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে বিভাগক এনেকুৱা কাম-কাজৰ চিত্ৰ আৰু প্ৰেজেণ্টেশ্বন সামৰি পৰৱৰ্তী বৈঠকত ভালদৰে উপস্থাপনৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

বৈঠকত শিৱল,বালি ইত্যাদিৰ লেখীয়া ক্ষুদ্ৰ খনিজ সম্পদ আহৰণৰ দিশত খনি আৰু খনিজ সম্পদ বিভাগৰ হৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্তই চোৱা-চিতা কৰাৰ দিশৰ সম্ভাৱনীয়তা সম্পৰ্কেও আলোচনা কৰা হয়।

বৈঠকত খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী চুম ৰংহাং, খনি আৰু খনিজ সম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি এছ ভাস্কৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd