• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান কোভিড চিকিৎসকসকল : নিশা ২ বজাত আহিব পাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ভিডিঅ’ কল!

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 18, 2021 3:40 pm
index
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই ৰাজ্যৰ কোভিড পৰিস্থিতি। দৈনিক হাজাৰ হাজাৰ লোক কৰোনাত আক্ৰান্ত হৈ থকাৰ সমান্তৰালভাৱে কৰোনাক্ৰান্তৰ মৃত্যু হোৱাৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে।

কালিৰ দিনটোত ৰাজ্যত ৬,৩৯৪ গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯২ গৰাকীকৈ কৰোনাক্ৰান্তৰ মৃত্যু ঘটিছে।

Apply Now

ৰাজ্যৰ এই ভয়ংকৰ কোভিড পৰিস্থিতিৰ মাজতে বিভিন্ন প্ৰান্তৰ কোভিড চিকিৎসালয়ৰ কোভিড ৰোগীয়ে চ’ছিয়েল মিডিয়াত ভিডিঅ’ৰ যোগে যাৱতীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

এনে অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ প্ৰতি কিছু কঠোৰ হোৱা দেখা গৈছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কোভিড চিকিৎসা সেৱা তদাৰক কৰাৰ পিছতে আজি পুনৰ এক ঘোষণাৰে চিকিৎসকসকলক সতৰ্ক কৰি দিছে।

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাতি ২ বজাতো কৰ্তব্যৰত চিকিৎসকলৈ ভিডিঅ’ ক’ল কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

কোভিড মহামাৰীৰ ত্ৰাসৰ মাজতে মঙ্গলবাৰে তেজপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কোভিডৰ পৰিস্থিতি বুজ লৈ উল্লেখ কৰে যে শোণিতপুৰ জিলাৰ কোভিড আক্ৰান্ত লোকৰ সংখ্যা ১০% লৈ বৃদ্ধি পাইছে।

আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেজপুৰ মেডিকেল কলেজত ৰাতি জ্যেষ্ঠ চিকিৎসক উপস্থিত নথকাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

তদুপৰি দুখীয়া লোকসকলক ২০০০ টকাৰ এককালীন সাহায্য আৰু আৰু আইচিউ বিচনা বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৫০ বছৰৰ ওপৰৰ ব্যক্তিক ঘৰত হ’ম আইচলেচনৰ সঠিক ব্যৱস্থা নাথাকিলে চিকিৎসালয়ত ৰাখিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Tags: COVID-19
জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd