• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 4:51 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


ধুবুৰীত সাম্প্ৰদায়িক গোট সক্ৰিয় হোৱাৰ খবৰ পোৱাৰ পাছত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ভ্ৰমণৰ পাছত সংবাদমাধ্যমৰ অগত কয় যে, মন্দিৰ আদিত অপবিত্ৰ বস্তু নিক্ষেপ কৰা ঘটনাক লৈ তেওঁ আইন প্ৰয়োগকাৰী বিষয়াসকলক শ্বুট এট চাইট (দেখিলে গুলীয়াব) নিৰ্দেশ জাৰি কৰিছে।

धुबरी में एक विशेष वर्ग हमारे मंदिरों को क्षति पहुंचाने की नीयत से सक्रिय हो चुका है।

We have issued SHOOT AT SIGHT ORDERS. pic.twitter.com/DDYqe0Xe1f

— Himanta Biswa Sarma (@himantabiswa) June 13, 2025

মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে, কিছুমান সাম্প্ৰদায়িক গোটে হিন্দু মন্দিৰসমূহৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যেৰে এই ধৰণৰ অপচেষ্টা চলাইছে। তেওঁ স্পষ্টভাৱে কয়, “ধুবুৰী ভ্ৰমণ কৰি মই বিষয়াসকলক মন্দিৰ, নামঘৰ আৰু পবিত্ৰ স্থানসমূহত অপবিত্ৰ বস্তু নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিলোঁ। এনে অপৰাধত জড়িতসকলক কোনো ধৰণৰ ৰেহাই নিদিয়া হ’ব।”

Apply Now

A new beef mafia has emerged in Dhubri which procured thousands of animals just ahead of Eid.

Investigation is underway and the perpetrators will be put behind bars. pic.twitter.com/9qKDfquOVJ

— Himanta Biswa Sarma (@himantabiswa) June 13, 2025

ঘটনাক্ৰম অনুসৰি ঈদৰ দিনা ধুবুৰীৰ হনুমান মন্দিৰত গৰুৰ মাংস নিক্ষেপ কাৰ্যত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কাৰ্যৰ প্ৰতি ক্ষুভ উজাৰি কয় যে “চহৰখনৰ হনুমান মন্দিৰত গো-মাংস নিক্ষেপ কৰাৰ ঘটনাটো কেতিয়াও হ’ব নালাগিছিল, আৰু ইয়াৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব।”

আন এটা পোষ্টত তেওঁ কয়, “এইবাৰ ঈদৰ দিনা একাংশ অসামাজিক উপাদানে গৰুৰ মাংস নিক্ষেপ কৰি এক ঘৃণনীয় আৰু নিন্দনীয় অপৰাধ সংঘটিত কৰিলে ধুবুৰীৰ হনুমান মন্দিৰ! আগন্তুক ঈদত প্ৰয়োজন হ’লে মই নিজেই হনুমান বাবাৰ মন্দিৰত গোটেই ৰাতি পহৰা দিম।” এই ঘটনাই স্থানীয় লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু ৰাজ্য চৰকাৰে অশান্তি সৃষ্টি কৰিব পৰা উপাদানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব বুলি স্পষ্টভাবে উল্লেখ কৰে।

I visited Dhubri and directed law enforcement officers to follow ZERO tolerance against elements who desecrate our temples, naamghars and sacred spaces.

The incident of throwing beef at the town’s Hanuman Mandir should have NEVER happened, and those involved WON'T BE SPARED. pic.twitter.com/yeSUg9HKCf

— Himanta Biswa Sarma (@himantabiswa) June 13, 2025
Tags: AssamNewsCommunalViolenceDhubriAssamDhubriTensionHimantaBiswaSarmaLawAndOrderShootAtSightTempleDesecration
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd