• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত উবাচ! “বিজেপিয়ে ৪০০ আসন লাভ কৰিলেই ঘূৰাই লোৱা হ’ব পাকিস্তান অধিকৃত কাশ্মীৰ”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2024 3:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্দিৰ-মছজিদ বিতৰ্কৰ পিছত এইবাৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘দৃষ্টি’ পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত। বুধবাৰে ঝাৰখণ্ডৰ ৰামগড়ত বিজেপিৰ সভাত তেওঁৰ মন্তব্য কৰে যে, “যদি লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০খন আসন লাভ কৰে, তেন্তে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ সৈতে সংযুক্ত কৰা হ’ব।”

ৰামগড়ৰ সেই সভাতে হিমন্তই লগতে মন্তব্য কৰে, “লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০খন আসন লাভ কৰাৰ প্ৰয়োজন আছে।” তেনে ক্ষেত্ৰত দেশত অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা হ’ব।” উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে বিভিন্ন চাঞ্চল্যকৰ মন্তব্য কৰি আহিছে।

সোমবাৰে পুৱা দিল্লীত অনুষ্ঠিত সভাত তেওঁ কৈছিল যে “বিগত লোকসভা নিৰ্বাচনত আমি ৩০০ আসন লাভ কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলো। এইবাৰ বিজেপিয়ে ৪০০ আসন লাভ কৰি বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ কৰিব।”

Apply Now

লগতে পঢ়কঃ বিশেষ আদালতে PMLA অভিযোগ গ্ৰহণ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অভিযুক্তক: উচ্চতম ন্যায়ালয়

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিৰ পৰাই পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদৰ লগতে সামহনী, ছেহানছা, মিৰপুৰ, ৰাৱালকোট, হাটিয়ান বালা, খুইৰাটা, টাট্টাপানী আদি অঞ্চলত ইছলামাবাদ বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে। অধিক ৰাজহ, মূল্যবৃদ্ধি আৰু বিদ্যুৎ সংকটৰ সন্মুখীন হৈ দীৰ্ঘদিন ধৰি পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল অসন্তুষ্ট হৈ উঠিছিল।

সূত্ৰসমূহে দাবী কৰিছে যে সেই অঞ্চলত উৎপাদিত বিদ্যুৎ পাকিস্তানৰ অন্যান্য চহৰলৈ যোগান ধৰা হৈছে। ইয়াৰ বাবে ক্ষুব্ধ হৈ পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। মুকলিকৈ উত্থাপন কৰে পাকিস্তান বিৰোধী শ্লোগান। পাকিস্তান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত কেইবাজনো লোকৰ মৃত্যু হয়।

ইয়াৰ পূৰ্বে ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, “ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, আমি কিয় ৪০০ লোকসভাৰ আসন লাভ কৰিবলৈ চেষ্টা কৰিছো? ৪০০খন লোকসভা আসনত বিজেপিৰ জয় নিশ্চিত কৰক। কাৰণ কংগ্ৰেছে অযোধ্যাৰ ৰাম জন্মভূমিত বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।”

লগতে পঢ়কঃ CAAৰ অধীনত গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰিছে নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া; ১৪ জনক দিয়া হ’ল দেশৰ নাগৰিকত্ব

উল্লেখ্য যে অযোধ্যাৰ দৰেই বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ শ্বাহী ইদগাহৰ ভূমি বিবাদো আদালতৰ দুৱাৰমুখত উপনীত হৈছে। বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে হিমন্তই বিচাৰাধীন হৈ থকা বিষয়ত মন্তব্য দি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd