• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
June 3, 2025 10:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত অৰুণাচল প্ৰদেশৰ য়াজালিত অৱস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ সন্দেহজনক ঘটনাৰ পূৰ্ণাঙ্গ তদন্তৰ নিৰ্দেশ দিয়ে।

দেওবাৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমতোলা অঞ্চল আৰু নৌবৈচা ৰাজহ চক্ৰৰ পচানৈ অঞ্চল পৰিদৰ্শন কৰে। নগৰগাঁৱৰ সমীপৰ পানীগাঁৱত মুখ্যমন্ত্ৰীয়ে বঙা ৰিং বান্ধ পৰিদৰ্শন কৰি, বানপানীত স্থানচ্যুত হোৱা আৰু মথাউৰিত আশ্ৰয় লোৱা লোকসকলৰ সৈতে মতবিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক তৎক্ষণাত সহায় আৰু দীৰ্ঘকালীন পূনর্বাসনৰ আশ্বাস কৰিছে।

Apply Now

মুখ্যমন্ত্ৰীয়ে পাচানৈ অঞ্চলৰ ৰঙাদি মথাউৰি পৰিদৰ্শন কৰি বানাক্ৰান্ত স্থানচ্যুত লোকসকলৰ সৈতে সাক্ষাৎ কৰে। তেওঁ অসম মালা যোজনাৰ অধীনত বৰবিল-দেজু-পাচানৈ পথ আৰু মথাউৰি পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।

এই পৰিদৰ্শনৰ আগতে মুখ্যমন্ত্ৰী শৰ্মাই লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ নর্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাওৰ কৰ্পোৰেচন (NEEPCO)ৰ বিষয়া-কর্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। য়াজালিৰ পানয়োৰ হাইড্ৰো ইলেকট্ৰিক প্ৰজেক্টৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, এই কাৰণেই আমতোলা আৰু পাচানৈ অঞ্চলত আকস্মিকভাৱে বানপানী সৃষ্টি হৈছে বুলি ধাৰণা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নীপকোৰ পৰা বিস্তাৰিত প্ৰতিবেদন বিচাৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে।

তেওঁ স্পষ্টকৈ কয়, নীপকো দোষী সাব্যস্ত হ’লে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই বৈঠকত জল সম্পদ মন্ত্ৰী পিজুশ হাজৰিকা, শিক্ষা মন্ত্ৰী ৰানোজ পেগু, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু লখিমপুৰৰ বিধায়ক মানব ডেকাও উপস্থিত থাকে।

ইপিনে, লখিমপুৰৰ বানপানী পৰিস্থিতি বৰ্তমানো শোচনীয় হৈ আছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা কেন্দ্ৰ (ASDMA)ৰ তথ্য অনুসৰি, জিলাখনৰ ৪টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১০১টা ৰাজহ গাঁও প্লাৱিত হৈছে, যাৰ ফলত ৪৬,৬০০তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

বানৰ ফলত ২৫১ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত, ৪৫০টা গৰু উটুৱাই নিছে, আৰু ৭০টা বাসগৃহ ধ্বংস হৈছে। জিলা প্ৰশাসনে ৩টা সাহায্য শিবিৰ স্থাপন কৰিছে, য’ত বৰ্তমান ৪২৫জন লোকক আশ্ৰয় দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে এই সংকটক গম্ভীৰভাৱে গ্ৰহণ কৰিছে, পৰিস্থিতিৰ সমাধানৰ বাবে তৎকালীন পদক্ষেপ আৰু দীৰ্ঘম্যাদী সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd