DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2020 9:56 am
D9BKR3kWsAUq7oX

ফাইল ফটো

16.9k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ অলোচনাত মিলিত হয়।

সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা হোৱা বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।

নতুন দিল্লীৰ কৃষ্ণ মেনন পথস্থিত শ্বাহৰ বাসগৃহত ডেৰ ঘণ্টাজোৰা চলা বৈঠকত গৃহ মন্ত্ৰীয়ে অসমৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মুখ্য মন্ত্ৰীক আশ্বাস প্ৰদান কৰে।

ইয়াৰ উপৰি গুৱাহাটীত আজিৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া যুথ গেইমছৰ প্ৰস্তুতি তথা সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈও পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মাত্ৰ এমাহৰ ভিতৰতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুবাৰকৈ অসম ভ্ৰমণ বাতিল হোৱাক লৈ অসন্তুষ্ট হৈ পৰিছে কেন্দ্ৰ। সেয়ে এই সন্দৰ্ভত আলোচনা কৰিবলৈ গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰৰ আলোচনাখন জৰুৰীভাৱে অনুষ্ঠিত কৰা বুলি এটা সূত্ৰই জনায়।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপানৰ সন্মিলন কা বিৰোধী আন্দোলনৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ বাতিল হৈছিল মোদীৰ। আৰু শেহতীয়াকৈ খেলো ইণ্ডিয়াৰ শুভাৰম্ভ কৰিবলৈ গুৱাহাটী অহাৰ কথা আছিল যদিও প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত দ্বিতীয়বাৰৰ বাবে বাতিল হয় প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd