• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰাখহনীয়াক প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে কেন্দ্ৰক আহ্বান সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 16, 2019 9:58 am

1 min read

বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে নতুন দিল্লীত প্ৰধান মন্ত্ৰী তথা নিটি আয়োগৰ অধ্যক্ষ নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত আয়োগৰ পঞ্চম কাৰ্যকৰী পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি অসমৰ গৰাখহনীয়া সমস্যাক প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে আহ্বান জনায়।

অসম যিহেতু এখন বানপীড়িত ৰাজ্য সেয়েহে বান প্ৰতিৰোধ, পুনৰ নিৰ্মাণ, বান সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে অধিক অধিক ধনৰাশি আবণ্টনৰ বাবেও অনুৰোধ জনাই সোণোৱালে।

তেওঁ কয় যে নদীৰ গৰাখহনীয়াই বছৰি প্ৰায় ৮ হাজাৰ হেক্টৰ ভূমি বিলুপ্ত কৰে। অসমত ১৯৫০ চনৰ পৰা এতিয়ালৈ ১.২৫ লাখ কৃষিজীৱি পৰিয়ালৰ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি বিলুপ্ত হৈছে ।

সেয়েহে উক্ত সমস্যাক এন ডি আৰ এফ তথা এছ ডি আৰ এফৰ নিয়মাৱলীৰ প্ৰাকৃতিক দুৰ্যোগৰ শিতানত অন্তৰ্ভুক্ত কৰাটো একান্ত প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

কালিৰ এই বৈঠকতে মুখ্য মন্ত্ৰীয়ে লগতে অসমৰ ৭খন জিলাক এছপাইৰেশ্যনেল জিলাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰী কৰে। ‘ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বাজেটত এই জিলা কেইখনৰ উন্নয়নৰ বাবে 28 কোটি টকা ধাৰ্য কৰিছে’ তেওঁ কয় ।  উল্লখযোগ্য যে উক্ত ৭খন জিলাৰ ভিতৰত হাইলাকান্দি জিলাই সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ ১ লাখ কৃষক পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও তেওঁ কয়।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd