DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত কুৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 22, 2020 11:08 pm
Assam CM Sonowal visits quarantine facilities in Dibrugarh
1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ডিব্ৰুগড়ত চাৰিটা কুৱাৰেণ্টিন কেন্দ্ৰ পৰিদৰ্শন কৰে।

 

ডিব্ৰুগড়ৰ এম ডি কে কানৈ কলেজ, ডি এইচ এছ কে কলেজৰ ছোৱালীৰ হোষ্টেল, ডিকম পাৰ্বতী দেৱী এম ই স্কুলৰ কস্তুৰবা গান্ধী ছোৱালীৰ হোষ্টেল আৰু চাবুৱাৰ অসম বিদ্যাপীঠ হাই স্কুলত এই কুৱাৰেণ্টিন কেন্দ্ৰকেইটা স্থাপন কৰা হৈছে।

 

মুখ্য মন্ত্ৰী সোণোৱালে সকলোকে ক’ভিড-১৯ সম্পৰ্কীয় নীতি-নিৰ্দেশনা কঠোৰভাৱে বজাই চলিবলৈ আহ্বান জনায়।

কুৱাৰেণ্টিন হৈ থকা সকলকো তেওঁ কুৱাৰেণ্টিনৰ নীতি-নিয়ম ভংগ নকৰিবলৈ আহ্বান জনায়।

 

“কুৱাৰেণ্টিনৰ নিয়ম উলংঘনে অকল ৰোগীৰ ওপৰতে প্ৰভাৱ নেপেলায় বৰং সমগ্ৰ সমাজখনকে বিপদত পেলায় আৰু সেয়ে ঘৰ বা আনুষ্ঠানিক কুৱাৰেণ্টিনৰ নিয়ম উলংঘাকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাহিৰে চৰকাৰৰ হাতত কোনো উপায় নাথাকে,” মুখ্য মন্ত্ৰীয়ে কয়।

 

তেওঁ লগতে কয় যে পঞ্চায়ত পৰ্য্যায়লৈকে কুৱাৰেণ্টিন কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

বিশ্বজোৰা এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ তেওঁ ৰাজ্যবাসীক আহ্বান জনায়।

অসমৰ বাহিৰত থকা লোকসকল সন্দৰ্ভত তেওঁ কয় যে ৰাজ্য চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলক অসমলৈ ঘূৰাই অনাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

ক’ভিড-১৯ পজিটিভ ঘটনাৰ সংখ্যা বৃদ্ধি হোৱাটোত আতংকিত নহ’বলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সক্ষম।

Tags: COVID-19

Recent News

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd