• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী সঞ্চালক প্ৰধান সাক্ষাৎ কৰিবলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলক বাধা পুলিচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 3:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলিথকাৰ সময়তে অসমত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক উত্তেজনা। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আৰক্ষীয়ে প্ৰাৰ্থীক ভয় দেখুৱাই অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন  কৰিছে কংগ্ৰেছ দলে।

অসম আৰক্ষীক জবাবদিহিতাৰ দাবী জনাই শাসকীয় বিজেপিৰ ৰাজনৈতিক হেঁচাত কাম কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই। অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুত বৰদলৈ নেতৃত্বাধীন দলটোৱে সমদল কৰি আহি থাকোতে বাধা প্ৰদান কৰে আৰক্ষীয়ে।

Apply Now

Democracy or Police State?
Assam Police blocks an @INCIndia delegation led by Assam PCC President @BhupenKBorah, MP @pradyutbordoloi , Seva Dal President @DeepBayan2 , Chairman Media Bedabrat Bora and Social Media & IT Chairman @RatulKalitaINC on their way to meet Assam’s DGP… pic.twitter.com/fRQtsPgGA8

— Assam Congress (@INCAssam) April 17, 2025

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই ঘটনাই নিকা নিৰ্বাচনী প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসন যন্ত্ৰৰ ভূমিকাক লৈ তীব্ৰ অসন্তুস্তি প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ নেতৃত্বই ডিজিপিক প্ৰশ্ন কৰিছে যে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক স্বাৰ্থত সেৱা আগবঢ়াইছে নে এই ৰাজ্যৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে সাংবিধানিক কৰ্তব্য পালন কৰিছে। যদি আৰক্ষী বিৰোধীৰ এজেণ্ট হয়, তেন্তে কেনেকৈ ন্যায্য নিৰ্বাচন হ‘ব? গণতন্ত্ৰৰ কি হ‘ব?” তেওঁ সমগ্ৰ অসমতে কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি প্ৰদান কাৰৰ লগতে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰৰিছে।

ন্যায় প্ৰদান নকৰিলে কংগ্ৰেছে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ ভাবুকি দিছে, বৰাই ভাৰতৰ নিৰ্বাচন আয়োগত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ কথা ঘোষণা কৰিছে। ইফালে, বিজেপিয়ে এই অভিযোগ নাকচ কৰাৰ লগতে দলৰ এগৰাকী মুখপাত্ৰই কংগ্ৰেছৰ এই কাৰ্যক সাংগঠনিক দুৰ্বলতাৰ পৰা দৃষ্টি আঁতৰাই অনাৰ লক্ষ্যৰে “ৰাজনৈতিক নাটক” বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে বেৰহামপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং কঠিয়াতোলি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীৰ সৈতে স্বামী গোবিন নাথক কামৰূপ আৰক্ষীয়ে জিম্মাত লৈছে। স্থানীয় আৰক্ষী থানাত জেৰা চলি আছে যদিও তেওঁক আটক কৰাৰ কাৰণ জানিব পৰা হোৱা নাই।

কংগ্ৰেছ দলে এই ঘটনাক তীব্ৰ গৰিহণা দি বিৰোধীৰ কণ্ঠ দমন কৰি নিৰ্বাচনী প্ৰক্ৰিয়াক ভেঙুচালি কৰাৰ স্পষ্ট প্ৰয়াস বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd