• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ডত আচম্বিত প্ৰদেশ কংগ্ৰেছ! ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ভূপেন বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতা দখলৰ স্বাৰ্থত দুজন জনপ্ৰতিনিধিয়ে সাধাৰণ ৰাইজক বিৰোধী পক্ষৰ লোকক আক্ৰমণ কৰিবৰ বাবে দিয়া উচটনিমূলক বক্তব্যত আশ্বৰ্য প্ৰকাশ কৰিছে। অসমৰ দৰে এখন বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখা ৰাজ্যত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি সাধাৰণ ৰাইজক উচটনি যোগোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

 এক প্ৰেছ বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি কয় যে লখিপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক ভূৱন পেগুৱে মানুহক মাৰপিট কৰিবলৈ আৰু প্ৰয়োজন হ’লে একেবাৰে মাৰি পেলাবলৈ যি ৰাজহুৱা বক্তব্য প্ৰকাশ কৰিছে সেয়া দেশৰ সংবিধান বিৰোধী আৰু ভাৰতৰ গণতন্ত্ৰৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ বুলি উল্লেখ কৰে।

Apply Now

২ মে’ৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জোনাইৰ সংগমৰ ৰংগমঞ্চত নিজৰ দলীয় কৰ্মীক এনেদৰে সাধাৰণ ৰাইজৰ বিৰুদ্ধে উচটাই বক্তব্য ৰখা কাৰ্য আইন বিৰুদ্ধ আৰু বিষয়টো আইন-শৃংখলাৰ লগত জড়িত বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি কয় যে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে এই অভিযোগৰ তদন্ত কৰা উচিত।

সংবাদ মাধ্যমত এই দুজন নেতাৰ যি ভাষ্য প্ৰকাশ হৈছে সেই বিষয়সমূহ পৰীক্ষা কৰি দুইজন নেতাৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰিবৰ বাবে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে যোৱা ২ মে’ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ সময়ছোৱাত একাংশ লোকৰ গণপ্ৰহাৰত দিব্যজ্যোতি কুটুম নামৰ এজন সমাজ সচেতন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল আৰু যোৱা ৪ মে’ত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত এই লোকজনৰ মৃত্যু ঘটে।

জনপ্ৰতিনিধিসকলৰ উচটনিমূলক বক্তব্যৰ বাবেই একাংশ ৰাইজ উত্তেজিত হৈ এনে ঘটনা সংঘটিত কৰিলে নেকি সেই কথাৰো তদন্তৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ কেবাজনো নেতা-কৰ্মীক স্থানীয় বিজেপি সমৰ্থকসকলে আক্ৰমণ কৰি বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত কৰিছিল। সেই ঘটনাৰো উচিত তদন্ত এতিয়ালৈকে নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে। বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ জনায়। বৰাই লগতে জনপ্ৰতিনিধিসকলক সকলোৰে প্ৰতি সমান দৃষ্টিভংগী দেখুওৱাৰ মানসিকতা গঢ় দিবৰ বাবে আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd