• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা! যোগানকাৰীয়ে লাভ কৰিবনে প্ৰাপ্য ধন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2025 7:02 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয় ইউনিটৰ উৎপাদন গোটটো বন্ধ হৈ পৰাৰ ফলত মৰাপাট উদ্যোগটোত অচলাৱস্থাই দেখা দিছে। কলটোৰ প্ৰথম আৰু দ্বিতীয় ইউনিটৰ উৎপাদন গোটৰ দায়িত্বত থকা পশ্চিম বংগৰ চুনু এণ্টাৰপ্ৰাইজ আৰু মৰাপাট কলৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বাবে এই অচলাৱস্থাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

উদ্যোগটোৰ মূল সমস্যা হৈছে মৰাপাট যোগানকাৰীসকলৰ বিশাল অনাদায়ী ধন। ২০১৯ চনৰ পৰা অসম সমবায় মৰাপাট কলৰ পৰা তেওঁলোকে ৮ কোটি টকা পাবলগীয়া আছে। ইয়াৰ উপৰিও, বিগত তিনি মাহত এই ধনৰ পৰিমাণ ৫ কোটিৰো অধিক টকা হৈছেগৈ। এই ধন অনাদায় হৈ থকাৰ বাবে যোগানকাৰীসকলে বৰ্তমান কলটোলৈ মৰাপাট যোগান ধৰিবলৈ অনিচ্ছুক। ইফালে, শেহতীয়াকৈ মৰাপাটৰ দাম অত্যধিক হাৰত বৃদ্ধি পোৱাত লিজত লোৱা মেচাৰ্চ চুনু এণ্টাৰপ্ৰাইজকো সংকটত পেলাইছে।

Apply Now

ইফালে, চুনু এণ্টাৰপ্ৰাইজৰ হৈ উপ-পৰিচালন সঞ্চালকৰ দায়িত্বত থকা শশী প্ৰকাশ পুৰুহিতে প্ৰাণৰ সংশয়ত ভুগি কোনো গোপন স্থানত আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। এনে উদ্বেগজনক পৰিস্থিতিত মৰাপাট কলৰ পৰিচালনা মণ্ডলীৰ সদস্যসকল আৰু যোগানকাৰীসকলে চিন্তিত হৈ পৰিছে।

পৰিচালন সঞ্চালক গুনমনি গগৈৰ কাৰ্যকালত সংঘটিত বিত্তীয় কেলেংকাৰীৰ তথ্য বিভাগীয় প্ৰতিবেদনত প্ৰকাশ পোৱাৰ লগে লগে পৰিচালনা মণ্ডলীৰ সদস্যসকল তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ফলস্বৰূপে, কলটোৰ আভ্যন্তৰীণ সংঘাত দূৰ কৰিবলৈ অধ্যক্ষ কেশৱ মহন্তই এগৰাকী ৰাজপত্ৰিত বিষয়াক দায়িত্ব দিয়াত, পৰিচালনা মণ্ডলীয়ে গগৈৰ পৰিৱৰ্তে এগৰাকী চৰকাৰী ৰাজপত্ৰিত বিষয়াক মৰাপাট কলটোৰ দায়িত্ব অৰ্পণ কৰিবলৈ লিখিত পৰামৰ্শ আগবঢ়ায়।

ইফালে, কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত হিমাশ্ৰী ডেকাই মৰাপাট যোগানকাৰীসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত যোগানকাৰীসকলে প্ৰাপ্য ধন আদায় দিলে এসপ্তাহৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ মৰাপাট যোগান ধৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মৰাপাট যোগানকাৰীসকলে পৰৱৰ্তী সময়ত কলটোৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তকো সাক্ষাৎ কৰি প্ৰাপ্য ধনৰ প্ৰসংগ অৱগত কৰে। মন্ত্ৰী মহন্তই যোগানকাৰীসকলৰ প্ৰাপ্য ধন শীঘ্ৰেই আদায়ৰ আশ্বাস প্ৰদান কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm
‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd