• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰৰ বাবে অসম ক্ৰিকেট সন্থাৰ বিশেষ সুযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2019 2:39 pm

1 min read

Assam-Goa_d

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

987
VIEWS
Share on FacebookShare on Twitter

অসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে অসম ক্ৰিকেট সন্থাই বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে। ল’ৰাৰ ১৯ বছৰৰ অনূৰ্দ্ধৰ প্ৰশিক্ষণ শিৱিৰত ভাগ লোৱা ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্ট্ৰেডিয়ামত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰিছে সন্থায়।

অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰা অসমৰ উদীয়মান খেলুৱৈ সকলক প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে উপদেশ প্ৰদান কৰে অসম ক্ৰিকেট দলৰ প্ৰাক্তন ৰঞ্জী অধিনায়ক ৰাজেশ বৰাই।

খেলুৱৈ সকলক উদ্দেশ্য কৰি দিয়া ভাষণত বৰাই কয় যে ভাৰতত বৰ্তমান সময়ত ক্ৰিকেটৰ ক্ষেত্ৰখনত সুযোগ যথেষ্ট। আই পি এলে খেলুৱৈসকলৰ বাবে দুৱাৰ মুকলি কৰি দিছে গতিকে খেলুৱৈসকলৰ একমাত্ৰ কৰ্তব্য হ’ল প্ৰতিটো ছিজনত ভাল প্ৰদৰ্শন দেখুৱাই নিজৰ খেলক আগবঢ়াই নিয়া।

আনহাতে, অসমৰ প্ৰাক্তন ৰঞ্জী অধিনায়কগৰাকীয়ে অসমৰ নতুন খেলুৱৈসকলৰ অনুশীলনৰ বাবে বিভিন্ন দিশত পৰামৰ্শ দিয়াৰ উপৰিও অনুশীলনৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক আন্তঃগাঠনি বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰে।

Recent News

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd