• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয় হাজাৰে ট্ৰফী; শিৱশংকৰ-ৰিয়ানৰ বেটিং দৃঢ়তাৰে মেঘালয়ৰ বিপক্ষে অসমৰ জয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2019 4:03 pm

1 min read

Riyan Parag

ৰিয়ান পৰাগ।উৎস-ইণ্টাৰনেট

2.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ প্লেট গ্ৰুপৰ এখন খেলত অসমে সোমবাৰে চুবুৰীয়া মেঘালয়ক ছয় উইকেটত পৰাস্ত কৰে।

মেঘালয়ে খেলখনত প্ৰথমে বেট ধৰি ৩৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০০ ৰাণ সংগ্ৰহ কৰে।

মেঘালয়ৰ হৈ ডি ৰবি তেজাই সৰ্বাধিক ৫১ ৰাণ কৰি অপৰাজিত হৈ থাকে।

বলিঙত অসমৰ ৰোছন আলমে ৪ টা আৰু অৰূপ দাসে ৩ টা উইকেট দখল কৰি মেঘালয়ৰ ইনিংছ চমু চপাই আনে।

আনহাতে, মেঘালয়ে জয়ৰ বাবে বান্ধি দিয়া ১০১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ আৰম্ভণিতে সংকতত পৰে অসম। দুই অপেনাৰ পল্লৱ কুমাৰ দাস আৰু স্বৰূপম পুৰকায়স্থই কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নলৈ উভতিব লগা হয়।

পৰৱৰ্তী সময়ত শিৱশংকৰ ৰয় আৰু ৰিয়ান পৰাগৰ দৃঢ়তাপুৰ্ণ বেটিঙৰ সহায়ত অসমে চাৰিটা উইকেট হেৰুৱাই প্ৰয়োজনীয় লক্ষ্যত উপনীত হয়।

শিৱশংকৰ ৰয়ে সৰ্বাধিক ৬৯ ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ৰিয়ানে ২৭ ৰাণ কৰি অপৰাজিত হৈ থাকে।

মেঘালয়ৰ বিপক্ষে বিজয়ৰ পাছত অসমে প্ৰতিযোগিতাখনত ৮ খন খেলৰ ৬ খনত জয় আৰু ২ খনত পৰাজয়েৰে মুঠ ২৪ পইণ্ট সংগ্ৰহ কৰি প্লেট গ্ৰুপৰৰ তৃতীয় স্থানত আছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd