DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমাক লৈ কি ছবি নিৰ্মাণ কৰিব ৰীমা দাসে?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 16, 2018 4:21 pm
Hima and Rima das of assam
112
VIEWS
Share on FacebookShare on Twitter

ভিলে’জ ৰকষ্টাৰ্চ ছবিৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰীমা দাসে আন এগৰাকী অসম কন্যা হিমা দাসৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰাৰ চিন্তা কৰিছে।

বৃহস্পতিবাৰে গুৱাহাটীত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰীমা দাসে দৌৰেৰে বিশ্বজয়ী কৰা হিমা দাসক লৈ ছবি নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে।

প্ৰতিভাসম্পন্ন ছবি নিৰ্মাতা গৰাকীয়ে দৌৰবিদ হিমা দাসৰ জীৱনৰ লগত তেওঁৰ কিবা মিল থকা বুলিও উল্লেখ কৰে।

লগতে পঢ়িবলৈ ক্লিক কৰক: ৰীমা দাসৰ নৱতম চিনে’মা বুলবুল কেন ছিং

ৰীমা দাসে কয়, ‘হিমা দাসৰ লগত মই নিজৰ এটা সম্পৰ্ক দেখা পাওঁ। যিদিনা তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল, মোৰ এনে ভাব হৈছিল যেন আমাৰ দুয়োগৰাকীৰ যাত্ৰাৰ মাজত কিবা এটা সম্পৰ্ক আছে। তেওঁ গাঁৱৰ পৰা ওলাই গৈ আজি এনে এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ মইও এখন গাঁৱৰ পৰাই ওলাই গৈ এনেদৰে কাম কৰি আছো। সেইকাৰণে মোৰ মনত হিমা দাসক লৈ ছবি নিৰ্মাণ কৰাৰ খুউব ইচ্ছা জাগিছে।’

তেওঁ লগতে কয় যে গাঁৱৰ পৰিৱেশৰ পৰা হিমা দাসে কেনেকৈ আজিৰ এখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি উঠিব পাৰিছে সেই ইতিবাচক দিশটোক ছবিখনৰ জৰিয়তে প্ৰতিফলিত কৰিব বিচাৰিছে। হিমাৰ জীৱনৰ এই ধনাত্মক দিশটোৰ প্ৰতি ৰীমা দাস অতিকৈ আকৰ্ষিত বুলিও প্ৰকাশ কৰে।

ৰীমা দাসে লগতে ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰক লৈ একোখন ছবি নিৰ্মাণৰ হেঁপাহ মনত পুহি ৰখা বুলি প্ৰকাশ কৰে।

‘আমাৰ অসমত ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰখন বহুত আগবঢ়া, গতিকে সংগীতক লৈ এখন আৰু ক্ৰীড়াক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছো। ক্ৰীড়াৰ ক্ষেত্ৰত হিমা দাসৰ জীৱনকৈ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছো,’ ৰীমা দাসে কয়।

Recent News

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd