• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে সকলো সহায় আগবঢ়াব : অমিত শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2019 7:06 pm

1 min read

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে সকলো সহায় আগবঢ়াব : অমিত শ্বাহ

ফাইল ফটো

318
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বিতংভাৱে অৱগত কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বানপানীৰ ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত প্ৰশাসনক ইতিমধ্যে সষ্টম কৰি তোলা হৈছে বুলি জনায়।

বান পীড়িতৰ সাহায্য আৰু উদ্ধাৰ অভিযনাত প্ৰশানক সকলো ধৰণৰ সহায় সহযোগিতা তথা এই অভিযানত নিজকে সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী সাংসদ, বিধায়ক, পঞ্চায়ত তথা অন্যান্য নিকায়ৰ জনপ্ৰতিনিধি সকলক আহ্বান জনোৱা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক অৱগত কৰে।

তাৰোপৰি মুখ্য মন্ত্ৰী সোণোৱালে অমিত শ্বাহক কয় যে শেহতীয়া বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে 24X 7 বান নিয়ন্ত্ৰণ কক্ষ ইতিমধ্যে সক্ৰিয় কৰা হৈছে আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে বানত আবদ্ধ জনসাধাৰণলৈ প্ৰয়োজনীয় সেৱা আগবঢ়াই আছে।

বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd