DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙত বানপীড়িতলৈ সহায়ৰ হাত চৰ চাপৰি উন্নয়ন আত্মসহায়ক গোটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2019 8:38 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

401
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰলয়ঙ্কাৰী বানৰ বিভীষিকাৰ মাজতে আজি দৰং জিলাৰ চৰ চাপৰি অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ আৰু উদ্ধাৰ অভিযান চলাই চৰ চাপৰি উন্নয়ন আত্মসহায়ক গোটে।

ছিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ বহুকেইখন চাপৰিত প্ৰায় ৩ সহস্ৰাধিক বানপীড়িত লোক আৰু শিশুৰ মাজত প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে গোটটোৱে। ভূতভূতি আৰু সৰু বৰ নাও লৈ গোটৰ প্ৰায় ২৫ জনীয়া দলে অতি কষ্টৰে এই সাহায্য অভিযান চলোৱাৰ লগতে কেইবাজনো লোকক উদ্ধাৰ কৰে।

উক্ত অভিযানত গোটটোৰ সদস্যসকলক বিশেষভাবে সহায় কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, দৰং জিলা প্ৰশাসন, দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মামণি হাজৰিকা, দৰং আৰক্ষী আৰু গুৱাহাটীৰ বৰবাৰী স্থিত মাতৃ কল্যান বৃদ্ধাশ্ৰমৰ কৰ্মকৰ্তা সকলে।

আত্মসহায়ক গোটটোৰ সদস্যসকলে নিজাববীয়া প্ৰচেষ্টা চলাই পানী, ব্ৰেড জেলি, বিস্কুট, শিশুৰ বাবে হৰলিক্স, পশুৰ খাদ্য, ধূপ আদি প্ৰদান কৰি অতি দুৰ্গম চাপৰিৰ খিলঞ্জীয়া বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ায়।

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা গোটটোৱে চৰ চাপৰি অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম আৰু যুৱক-যুৱতী সকলৰ স্বনিয়োজনৰ কাম কৰি আহিছে। লগতে সাংসদ দিলীপ শইকীয়াৰ তৎপৰতাত বহুকেইটা উন্নয়নমূলক কাম হাতত লৈছে।আত্মসহায়ক গোটটোৰ এই পদক্ষেপক বানপীড়িত ৰাইজে প্ৰশংসা কৰে।

Recent News

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd