• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪০ লক্ষাধিক লোকৰ চকুপানী হৈ বৈছে ৰাজ্যৰ বানপানী, চৰকাৰী অৱহেলাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 8:58 am
Assam_Floods__Image
24.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে এতিয়া ৰাজ্যৰ ২৭ খন জিলাত সংহাৰী বানে কালান্তক ৰুপ ধাৰণ কৰিছে।বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে ৭১ গৰাকী লোকৰ।

২৭ খন জিলাৰ ভিতৰত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে ক্ৰমে শোণিতপুৰ,বিশ্বনাথ চাৰিআলি,তিনিচুকীয়া,লখিমপুৰ,বঙাইগাওঁ,কামৰুপ,গোলাঘাট,

শিৱসাগৰ,ধেমাজী,বৰপেটা,ওডালগুৰি,গোৱালপাৰা,ডিব্ৰুগড,ধুবুৰী, নগাওঁ আদি।

ৰাজ্যৰ ৩২১৮ খন গাওঁ এতিয়া পানীৰ তলত। ১২ খন জিলাত সাত খন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

বানাক্ৰান্ত জিলা সমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যান্ত নহয় বুলি বিভিন্ন জনে আপত্তি কৰিছে।

চৰকাৰে ক’ৰ’ণাক লৈ যিমান ব্যস্ত হৈছে তাৰ তুলনাত বান পীড়িতক লৈ  সিমান উদ্বিগ্ন হোৱা নাই বুলি বহুতেই বিষোদগাৰ প্ৰকাশ কৰা দেখা গৈছে।

চৰকাৰে ২৫ খন জিলাত ৭৪৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু তাত প্ৰায় ৫০ হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰিছে ।

ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ২২ লাখ পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

কালান্তক বানে এইবেলি ৰাজ্যৰ ১৩১,৩৬৮ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰিছে।

বিহাৰ বা আন ৰাজ্যৰ বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যেনে ধৰণৰ উদ্বিগ্নতা দেখুৱায় তেনে উদ্বিগ্নতা পিছে ৪০ লক্ষাধিক লোকৰ চকুপানী হৈ বোৱা অসমৰ বানৰ  ক্ষেত্ৰত এতিয়াও প্ৰদৰ্শন কৰা দেখা যোৱা নাই।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd