• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম ছাত্ৰ পৰিষদ’,হৃত বিশ্বাস পুনৰুদ্ধাৰৰ আশাৰে অগপৰ নতুন ছাত্ৰ সংগঠন গঠনৰ সিদ্ধান্ত

অসমৰ আঞ্চলিক ছাত্ৰ সংগঠনক দুৰ্বল কৰিব নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2019 5:43 pm
AGP meeting

অগপৰ সাধাৰণ পৰিষদৰ সভা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে আমবাৰীস্থিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকৰ অন্তত ‘অসম ছাত্ৰ পৰিষদ’ নামৰ এটা নতুন ছাত্ৰ সংগঠন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি অসম গণ পৰিষদৰ দলীয় নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

দলৰ সংবিধান সংশোধনেৰে নতুন ছাত্ৰ সংগঠনটো গঠন কৰাৰ বাবে ঐক্যবদ্ধ সিদ্ধান্তত উপনীত হৈছে বুলিও দলীয় সূত্ৰই প্ৰকাশ কৰে।

Apply Now

আনহাতে, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

অগপৰ নতুন ছাত্ৰ সংগঠনটোৱে সদৌ অসম ছাত্ৰ সন্থা, এবিভিপিকে ধৰি ছাত্ৰ সংগঠনসমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অগপৰ কোনো ধৰণৰ ছাত্ৰ সংগঠন নাছিল যদিও দলটোৱে যুৱ ছাত্ৰ পৰিষদৰ মাধ্যমেৰে ছাত্ৰ ৰাজনীতিত খোপনি দৃঢ় কৰাৰ বাবে চেষ্টা কৰিছিল।

বৈঠকত অগপৰ সাংগঠনিক দিশতো ব্যাপক পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দলীয় সূত্ৰত প্ৰকাশ পায়।

সেইমৰ্মে ৯ খন নতুন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সাধাৰণৰ পৰিষদৰ সভাত অগপৰ প্ৰাণ পৰিষদ,শক্তি পৰিষদ,মণ্ডল  পৰিষদ,বিধান পৰিষদ,মহকুমা পৰিষদ,জিলা পৰিষদ,সংসদীয় পৰিষদ, কেন্দ্ৰীয় পৰিষদ আৰু শীৰ্ষতম কৰ্ম পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তদুপৰি, অগপৰ কেন্দ্ৰীয় সমিতিৰ গাঠনিতো পৰিৱৰ্তন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নতুন সিদ্ধান্ত অনুসৰি, এগৰাকী সভাপতি, এগৰাকী কাৰ্যকৰী সভাপতি, ১২গৰাকী উপ-সভাপতি,৭ গৰাকী সাধাৰণ সম্পাদক,  ১৪ গৰাকী সম্পাদক, এগৰাকী সাংগঠনিক সাধাৰণ সম্পাদক, ১৪ গৰাকী সাংগঠনিক সম্পাদক, এগৰাকী প্ৰচাৰ সম্পাদক, তথ্য প্ৰযুক্তি বিভাগৰ  দুগৰাকী সম্পাদক, এগৰাকী বিত্ত সম্পাদক, এগৰাকী তথ্য আৰু প্ৰচাৰ সম্পাদক আৰু এগৰাকী কাৰ্যালয় সম্পাদক থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd