• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুবিধাবাদী চৰিত্ৰ; নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা অসমক ৰেহাইৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ অগপৰ পত্ৰ

Uttam Saikia এন ই নাও নিউজ
বোকাখাত , December 16, 2019 7:01 pm

2 min read

AGP

ৰাষ্ট্ৰপতিলৈ অগপৰ পত্ৰ

634
VIEWS
Share on FacebookShare on Twitter

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিৰ লগতে অগপৰ বোকাখাত জিলা সমিতিয়েও আজি নাগৰিকত্ব (সংশোধনী) আইনৰ আওতাৰ পৰা অসমক ৰেহাই দিয়াৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত কলিতা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীবেশ্বৰ বৰা, চন্দ্ৰ শৰ্মা আৰু যতীন নাথৰ নেতৃত্বত দলটোৰ শতাধিক সদস্যই বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ হাতত ৰাষ্ট্ৰপতিলৈ বুলি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা অসমক আঁতৰাই ৰখা, সংবিধানিক নিৰাপত্তা প্ৰদানৰ বাবে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ, ৰাজ্যৰ ভূমি নীতি আৰু ভাষিক  সুৰক্ষাৰ ব্যৱস্থা, ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম গণ পৰিষদ দলে ৷

দৈনিক জনমভূমিত প্ৰকাশিত এটা প্ৰাসংগিক কাৰ্টুন

দলৰ জিলা সভাপতি জগত কলিতাই জনোৱা মতে নাগৰিকত্ব (সংশোধনী) আইন অসমৰ বাহিৰে দেশৰ অন্য ৰাজ্যত প্ৰয়োগ হোৱাটো অগপই বিচাৰিছে ৷

আনহাতে, অগপৰ এই সিদ্ধান্তৰ পাছতে দলটোৰ কাৰ্য্যক লৈ বিভিন্ন মাধ্যমত তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন সদনত উত্থাপন হোৱাৰ সময়ত অগপই ইয়াৰ বিৰোধিতা কৰা নাছিল আৰু ৰাজ্যসভাত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিধেয়কখনৰ সমৰ্থনত ভোট দানো কৰিছিল।

Recent News

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd