• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগদ ধন নচলিব, কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন মাচুল দিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ক

জাননীখন বাতৰিৰ শেষত দিয়া হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই যোৱা ১০ জুনত এই সিদ্ধান্তত অনুমোদন জনাইছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2019 6:12 pm
Assam: Gauhati University to collect all fees online

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ।

1.2k
VIEWS
Share on FacebookShare on Twitter

নগদ ধনৰ পৰিৱৰ্তে ছাত্ৰী-ছাত্ৰৰ সকলো মাচুল অনলাইনযোগে লোৱাৰ জাননী জাৰি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয়খনত অধ্যয়নৰতসকলৰ লগতে ইয়াৰ অধীন সকলো কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাচুলো অনলাইনযোগেই গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়া হৈছে।

অকল ছাত্ৰ-ছাত্ৰীৰ মাচুলেই নহয়, ধনৰ যিকোনো লেনেদেনেই বিশ্ববিদ্যালয়খনে এতিয়াৰে পৰা পে’মেন্ত গে’টৱে’ৰ জৰিয়তে কৰিব। “সংশ্লিষ্ট সকলোৰে জ্ঞাতাৰ্থে এই জাননী জাৰি কৰা হৈছে যে এতিয়াৰে পৰা বিশ্ববিদ্যালয়ে সকলো ধন পে’মেন্ত গে’টৱে’ৰ যোগেদি গ্ৰহণ কৰিব,” পঞ্জীয়কে জাৰি কৰা জাননীত কোৱা হৈছে।

নামভৰ্তিৰ সময়ত পঞ্জীয়ন, নামভৰ্তি আৰু পৰীক্ষা মাচুলৰ নামত নগদ ধন নল’বলৈ সোমবাৰে জাৰি কৰা জাননীখন (GU/M/2019/2272-2534)ত কোৱা হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই যোৱা ১০ জুনত এই সিদ্ধান্তত অনুমোদন জনাইছে।

বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডিগ্ৰী কলেজসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰথম ষান্মাষিকৰ পঞ্জীয়নৰ সময়ত পঞ্জীয়ন আৰু নামভৰ্তি মাচুল অনলাইনযোগে আদায় দিব লাগিব।

একেদৰে তৃতীয় আৰু দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীয়েও সংশ্লিষ্ট পঞ্জীয়নৰ সময়ত নামভৰ্তি আৰু পৰীক্ষা মাচুল অনলাইনযোগে পৰিশোধ কৰিব লাগিব।

“মাচুল ৰেহাই পোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ পৰা ধনখিনি ঘূৰাই পোৱাৰ পিছত কলেজসমূহে বিশ্ববিদ্যালয়ক পৰিশোধ কৰিব আৰু সেই ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা দাখিল কৰিব,” বিশ্ববিদ্যালয়ৰ জাননীত কোৱা হৈছে।

ইয়াত ক্লিক কৰি সম্পূৰ্ণ জাননীখন পঢ়ক।

লগতে পঢ়ক– গুৱাহাটী বিশ্ববিদ্যালয়ত পিজি পঢ়িব? পৰীক্ষা দিব লাগিব ||সবিশেষ

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd