• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 6:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে অসম চৰকাৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত এক ব্যাপক ৰদবদল কৰে। এই ৰদবদলৰ অধীনত বহুকেইগৰাকী জ্যেষ্ঠ আই পি এছ আৰু এ পি এছ বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। চৰকাৰৰ এই নতুন নিৰ্দেশনাত আই জি, ডি আই জি আৰু এছ এছ পি পদৰ বহুকেইগৰাকী বিষয়াৰ নাম অন্তৰ্ভুক্ত আছে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ জাননী অনুসৰি ৰত্ন সিংহক স্পেচিয়েল ব্ৰাঞ্চৰ আই জি আৰু বিজয় গিৰি কুলিগামক কোকৰাঝাৰৰ বি টি এ ডিৰ আই জি হিচাপে দায়িত্ব দিয়া হৈছে। একেদৰে কংকন জ্যোতি শইকীয়াক যোৰহাটৰ ইষ্টাৰ্ণ ৰেঞ্জৰ আই জি হিচাপে আৰু প্ৰশম সাগৰ চাংমাইক ফায়াৰ এণ্ড ইমাৰ্জেন্সি চাৰ্ভিচেছৰ আই জি হিচাপে নিযুক্তি দিয়া হৈছে।

Apply Now

 ডি আই জি পৰ্যায়তো বহু সালসলনি কৰা হৈছে। ডাঃ ৰবীন কুমাৰক এম পি চিৰ ডি আই জি, গৌতম বৰাক সীমান্ত শাখাৰ ডি আই জি, অমৃত ভূঞাক স্পেচিয়েল ব্ৰাঞ্চৰ ডি আই জি আৰু সুধাকৰ সিঙক তিনিচুকীয়াৰ নৰ্থ ইষ্টাৰ্ণ ৰেঞ্জৰ ডি আই জি হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও ৰঞ্জন ভূঞাক নিৰাপত্তা শাখাৰ, প্ৰণৱজ্যোতি গোস্বামীক প্ৰশাসনৰ আৰু ৰাজেন সিঙক চেণ্ট্ৰেল আৰু হিলছ ৰেঞ্জৰ ডি আই জি হিচাপে দায়িত্ব দিয়া হৈছে। ৱাই টি গিয়াটচোক ৱেষ্টাৰ্ণ ৰেঞ্জৰ ডি আই জি পদলৈ বদলি কৰা হৈছে।

 জিলা পৰ্যায়ৰ আৰক্ষীৰ মুৰব্বী পদতো সালসলনি কৰা হৈছে। পাৰ্থ প্ৰতিম দাসক কাছাৰৰ এছ এছ পি আৰু বীৰা ভেংকট ৰাকেশ ৰেড্ডীক নগাঁৱৰ এছ এছ পি হিচাপে বদলি কৰা হৈছে। শৰ্মিষ্ঠা বৰুৱাক দৰং জিলাৰ, আচিফ আহমেদক বিশ্বনাথৰ, নিৰূপম হাজৰিকাক হোজাইৰ, নিশান্ত সৌৰভক মৰিগাঁৱৰ আৰু প্ৰকাশ সোণোৱালক ধেমাজিৰ এছ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে।

 অন্যান্য গুৰুত্বপূৰ্ণ নিযুক্তিৰ ভিতৰত মোহন লাল মীনাক ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ সঞ্চালক, স্বপ্ননীল ডেকাক গোলাঘাটৰ এছ এছ পি, সঞ্জীৱ কুমাৰ শইকীয়াক পানবাৰীৰ ২০ নং অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট আৰু জ্যোতি ৰঞ্জন নাথক কাহিলিপাৰাৰ ১০ নং অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।

 ইয়াৰ লগতে ২০২১ বেটচৰ কেইবাগৰাকীও আই পি এছ বিষয়াকো নতুন দায়িত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত নিতিশা সঞ্জয় জগতাপক চি আই ডিৰ এছ এছ পি, ৰজত কুমাৰ পালক এ আই জি পি, অতুল কুমাৰক ডি জি পিৰ ষ্টাফ অফিচাৰ, মাহাতো অমিতকুমাৰ সিদ্ধিপ্ৰসাদক গুৱাহাটীৰ সীমান্ত শাখাৰ ডি চি পি, অমন প্ৰকাশ মীনাক দুৰ্নীতি নিবাৰক শাখাৰ এছ এছ পি আৰু দেশাই তুষাৰ উত্তমক চি আই ডিৰ চাইবাৰ ক্ৰাইম শাখাৰ এছ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে।

 চৰকাৰী জাননীখনত উল্লেখ কৰা হৈছে যে ৰাইজৰ স্বাৰ্থত আৰু প্ৰশাসনৰ সুবিধাৰ বাবে এই বদলি আৰু পদোন্নতিসমূহ কৰা হৈছে। বিষয়াসকলে নিজৰ নতুন দায়িত্ব গ্ৰহণ কৰা দিনাৰ পৰাই এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd