• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ এবছৰলৈ বৃদ্ধি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2019 10:00 am

1 min read

Siddhartha-Bhattacharya-1-570x320

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ছবি।

4.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ মাধ্যমিক আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহত ঠিকাভিত্তিত নিয়োজিত হৈ থকা অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ পুনৰ এক বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই মঙলবাৰে এক অধিসূচনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। অতিৰিক্ত শিক্ষকসকলৰ চাকৰিৰ ম্যাদ  যোৱা ১ মাৰ্চৰ পৰা  অহা ২৯ ফেব্ৰুৱাৰিলৈ পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে ২০১০ চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুলৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ অন্ত পৰিছিল যোৱা ২৮ ফেব্ৰুৱাৰিত। সেয়ে বিত্ত বিভাগৰ অনুমোদনৰ ভিত্তিত ৰাজ্য চৰকাৰে পুনৰ এবছৰৰ বাবে ম্যাদ বৃদ্ধি কৰে। কিন্তু তেওঁলোকৰ অন্যান্য চৰ্তাৱলী আগৰ দৰেই বাহাল থাকিব।

মন কৰিব লগীয়া যে ৰাজ্যখনত অতিৰিক্ত শিক্ষক আছে ৫, ৯৩১ গৰাকী। তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলি যোৱা বাবে যোৱা মাৰ্চ মাহৰ পৰাই দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।

উল্লেখ্য যে দীৰ্ঘদিন প্ৰাপ্য মজুৰি আদায় নোপোৱা আৰু চাকৰিৰ কোনো নিশ্চয়তা নথকাৰ বাবে ঠিকাভিত্তিক শিক্ষক সকলে দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে সময়ে সময়ে এই শিক্ষক সকলে বিভিন্ন ধৰ্ণা তথা প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

ইফালে টকাৰ অভাৱৰ বাবে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰা বুলি উদ্ভট মন্তব্য দি থৈছে শিক্ষামন্ত্ৰীয়ে।

Recent News

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd