DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাগজ কলৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানলৈ বিশেষ আঁচনি ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2020 2:31 pm
HBS

হিমন্ত বিশ্ব শৰ্মা, উৎস-ইণ্টাৰনেট

3.1k
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে তিনিখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে।

জনতা ভৱনৰ চি ব্লকত আয়োজিত সংবাদমেলখনত মন্ত্ৰী শৰ্মাই দুটাকৈ কাগজ কলৰ অধ্যয়নৰত ৭০০ কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীক এককালীনভাবে বিশেষ শিক্ষাগত সাহায্য, NHM ৰ কৰ্মচাৰী আৰু দিব্যাংগ লোকক সামৰি চৰকাৰে তিনিখন আঁচনি লোৱা বুলি ৰাজহুৱা কৰে।

এই আঁচনিৰ জৰিয়তে কাগজ কল দুটাৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানসকলে মেডিকেল, পি এইচ দি, ইঞ্জিনিয়াৰিং বা এনে বৃত্তিমূলক শিক্ষাৰ বাবে ১ লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব।

ইয়াৰ উপৰি স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ৭৫ হাজাৰ আৰু স্নাতক ছাত্ৰ-ছাত্ৰীয়ে ৫০ হাজাৰ টকাৰ সাহায্য লাভ কৰিব বুলিও সদৰী কৰে মন্ত্ৰী শৰ্মাই।

কাগজ কল দুটাৰ কৰ্মচাৰীৰ সন্তানে উচ্চতৰ মাধ্যমিকত পঢ়ি থাকিলে ২৫ হাজাৰ টকাৰ সাহায্য আৰু ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ১০ হাজাৰ টকাৰ সাহায্য লাভ কৰিব।

ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰিবলৈ অহা ১৪ জানুৱাৰিৰ পৰা ২০ জানুৱাৰিৰ ভিতৰত বিত্ত বিভাগৰ ৱেব প’ৰ্টেলত আৱেদন কৰিব লাগিব।

২০ জানুৱাৰিৰ পৰা ৩০ জানুৱাৰিলৈকে মৰিগাঁও জিলা আৰু হাইলাকান্দি জিলা উপায়ুক্তই ক্ষেত্ৰ জৰীপ চলাই ছাত্ৰ-ছাত্ৰীসকলক বাছি উলিয়াব। অৱসৰ লোৱা কৰ্মচাৰী সকলৰ সন্তানে এই সাহায্য লাভ নকৰে বুলিও মন্ত্ৰীজনে জনায়।

উল্লেখ্য যে অহা ফেব্ৰুৱাৰি মাহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এই সাহায্য  লাভ কৰিব।

আনহাতে যোৱা ১জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ NHM ৰ কৰ্মচাৰী সকল আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ বাবদ ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ৰাজ্যত কমৰৰ্ত ঠিকাভিত্তিক টেট শিক্ষক, ষ্টেটপুল শিক্ষক সকলে এই সুবিধা পৰৱৰ্তী সময়ত লাভ কৰিব বুলি হিমন্তই জনায়।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ দিব্যাংগ কৰ্মচাৰীয়ে যদি গাড়ী  ক্ৰয় কৰিব বিচাৰে তেন্তে মুঠ সুতৰ ৪% চৰকাৰৰ ফালৰ পৰা বহন কৰাৰ কথাও ঘোষণা কৰে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd