DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2021 4:48 pm
assamlockdown-1619515787-750x375
541
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কোভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে যদিও এতিয়াও বহু কেইখন জিলাত কোভিড সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই।

এনে সময়তে আজি ৰাজ্য চৰকাৰে পুনৰ এখন নতুন কোভিড SOP জাৰি কৰিছে।

নতুন নিৰ্দেশনা অনুসৰি যিবোৰ জিলাত এতিয়াও কোভিডৰ সংহাৰ হ্ৰাস পোৱা নাই,বিশেষকৈ কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিব।

যদি চহৰ এখনৰ কোনো অঞ্চলত যোৱা এটা সপ্তাহত কোভিড পজিটিভিটিৰ হাৰ ৫ শতাংশ হৈ আছে আৰু গাঁও অঞ্চলৰ ক’ৰ’বাত বিগত এটা সপ্তাহত কোভিড পজিটিভিটিৰ হাৰ ১০ শতাংশ হৈ আছে তেন্তে তেনে অঞ্চলত কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত এক সংবাদেমেলত প্ৰকাশ কৰিলে নতুন SOP। অহা ২২ জুনলৈকে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP ত।

নতুন SOPৰ নীতি-নিৰ্দেশনাসমূহ হ’ল ক্ৰমে :-

কামৰূপ মেট্ৰ’ত কাৰ্ফিউ ২ বজাৰ পৰা পুৱা ৫ বজালৈ আগৰ দৰেই বাহাল থাকিব। দোকান বন্ধ কৰিব লাগিব পূৰ্বৰ দৰেই দিনৰ ১ বজাতেই।

দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত বিগত ১০ দিনত কোভিড পজিটিভ লোকৰ সংখ্যা প্ৰতিদিনে ৪০০ গৰাকীৰ কম হোৱাবাবে এইজিলা সমূহত কাৰ্ফিউৰ সময় কিছু শিথিল কৰা হৈছে।

সেইমৰ্মে এই জিলাসমূহত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ মানুহে অহা-যোৱা কৰিব পাৰিব।

কোভিড নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম।

দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ।

গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম।

সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব।

ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০জনেহে ভাগ ল’ব পাৰিব।

পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোপোৱালৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।

Recent News

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd