• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বিহৰা চাহ বাগিছাত ৰাজ্যপাল জগদীশ মুখী; জীপেৰে কাজিৰঙা দৰ্শন

উত্তম শইকীয়া by উত্তম শইকীয়া
November 17, 2019 8:25 pm
Governor

জগদীশ মুখী

538
VIEWS
Share on FacebookShare on Twitter

এক ব্যক্তিগত ভ্ৰমণসূচীলৈ দেওবাৰে সপৰিবাৰে বোকাখাতৰ বিহৰা চাহ বাগিছাত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী।

দেওবাৰে বিয়লি হেলিকপ্তাৰেৰে বিহৰা চাহ বাগিচাৰ হেলিপেডত অৱতৰণ কৰে পৰিয়ালসহ ৰাজ্যপাল মুখীয়ে।

বিহৰা চাহ বাগিচাত অৱতৰণ কৰাৰ পাছতে তেওঁ বাগিছাৰ পৰিচালকৰ বাংলোলৈ গৈ পৰিচালকৰ আতিথ্য গ্ৰহণ কৰে।

বিয়লি ৩ বজাত ৰাজ্যপাল জগদীশ মুখীয়ে পৰিবাৰ আৰু পৰিয়ালৰ সদস্যৰে সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত জীপ চাফাৰী কৰে ৷

জীপ চাফাৰীৰ সময়ত ৰাজ্যপাল গৰাকীক কাজিৰঙাৰ সঞ্চালক আৰু বন সংমণ্ডল বিষয়াৰ লগতে অনান্য বিষয়াসকলেও সংগ দিয়ে।

আনহাতে, ৰাজ্যপালগৰাকীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অগৰাতলি জীপ চাফাৰী সন্থাই ফুলাম গামোছা আৰু উপহাৰৰ টোপোলাৰে আদৰণি জনায়।

জগদীশ মুখীয়ে অগৰাতলি বনাঞ্চলৰ চহলা বিল আৰু দৰ্শন চূডা়ৰ পৰা কাজিৰঙাৰ বন আৰু বন্যপ্ৰাণীৰ লগতে সৌন্দৰ্যও উপভোগ কৰে।

ৰাজ্যপাল গৰাকীয়ে ভ্ৰমণৰ সময়ত কাজিৰঙাৰ সৌন্দ্যৰ্যত অভিভূত হোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুপৰিচালনাৰ বাবে কৰ্তৃপক্ষৰ শলাগ লয়।

অগৰাতলি দৰ্শনৰ পাচত ৰাজ্যপালগৰাকীয়ে পুনৰ বিহৰা চাহ বাগিছালৈ উভতি আহে।

ৰাজ্যপালৰ সন্মানাৰ্থে বাগিছা কৰ্তৃপক্ষই নিশা সাংস্কৃতিক কাৰ্যসুচীৰো আয়োজন কৰে।

নিশাতো বিহৰা বাগিছাত কটাই সোমবাৰে ৰাতিপুৱা তেওঁ কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতীৰে উদ্যান দৰ্শন কৰিব।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd