DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কইনাধৰালৈ বাসভৱন স্থানান্তৰিত কৰিব অসমৰ ৰাজ্যপালে, কিন্তু কিয়?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2021 3:38 pm
koinadhora
298
VIEWS
Share on FacebookShare on Twitter

কইনাধৰা। সৌসিদিনালৈ অসমৰ সংবাদমাধ্যমতে সততে উচ্চাৰিত এটা নাম। কাৰণ এই কইনাধৰা পাহাৰতে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে তেওঁৰ তিনিটা কাৰ্যকালৰ ১৫ টা বছৰ অতিবাহিত কৰিছিল।

তৰণ গগৈৰ অৱৰ্তমানত কইনাধৰা পাহাৰৰ চৰকাৰী বাসভৱন এনেয়ে খালি হৈ পৰি ৰৈছে।

কিন্তু সেই ঘৰ আৰু খালি হৈ নাথাকে। কিয়নো অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শীঘ্ৰে প্ৰৱেশ কৰিব কইনাধৰাৰ সেই চৰকাৰী আৱাসত।

ৰাজ্যপাল মুখীৰ আগমণৰ আগে আগে সেয়ে যুদ্ধকালীন তৎপৰতাৰে সজাই-পৰাই তোলা হৈছে কইনাধৰাৰ চৰকাৰী আৱাস। দৃষ্টি নন্দন চিত্ৰকল্পৰে সজাই তোলা হৈছে কইনাধৰা পাহাৰৰ চৰকাৰী আবাসগৃহৰ দেৱাল।

সজাই তোলা হৈছে ফুলনি আদিও।চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ১৫ জুন অৰ্থাৎ কাইলৈৰ ভিতৰতে ৰাজ্যপালৰ বাবে সাজু হৈ উঠিব লাগিব কইনাধৰাৰ চৰকাৰী আৱাস।

সেয়ে এতিয়া আৱাসৰ মেৰামতি আৰু পুনৰ সজ্জাৰ সৈতে জড়িতসকলৰ গাত তৎ নোহোৱা হৈ পৰিছে।

কিন্তু কি কাৰণে বাৰু ৰাজ্যপাল মুখীয়ে খাৰঘূলিত থকা ৰাজভৱন ত্যাগ কৰি কইনাধৰাৰ চৰকাৰী আৱাসলৈ আহিবলৈ ওলাইছে?

দৰাচলতে ৰাজভৱনৰ মেৰামতিৰ প্ৰয়োজন হোৱাৰ বাবেই ৰাজ্যপাল মুখীয়ে কেইমাহ মানৰ বাবে সাময়িক ভাবে কইনাধৰা পাহাৰত থকা চৰকাৰী আৱাসলৈ আহিব।

Recent News

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd