• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণ: দিল্লীৰ তবলিগী জামাতৰ সমাৱেশত অংশ লৈছিল অসমৰো প্ৰায় তিনিশ লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 1:39 pm
Capture2

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ হজৰত নিজামুদ্দিন তবলিগী জামাতৰ এক ধৰ্মীয় সমাৱেশত কৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশত কৰ’নাৰ আতংক বৃদ্ধি পাইছে।

উক্ত সমাৱেশত অংশ লোৱা ৬ জন লোকৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱাৰ উপৰি আন ৩০০তকৈয়ো অধিক লোক কৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

Apply Now

দেশ-বিদেশৰ বহু লোকে অংশ লোৱা উক্ত ধৰ্মীয় সমাৱেশত অসমৰো দুই সতাধিক লোকে ভাগ লোৱাৰ বাতৰিয়ে ৰাজ্যখনত ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই সমাৱেশত অংশ লোৱা অসমৰ এজন লোকো সংক্ৰমিত হোৱাৰ কথা বাতৰিত প্ৰকাশ পাইছে। লোকজন দিল্লীৰ এখন হাস্পাতলত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

চলিত মাহৰ প্ৰথম ভাগতে অনুষ্ঠিত হোৱা উক্ত সমাৱেশ অসমৰ পৰা ৰেইলযোগে লোকসকল যোৱা বুলি কোৱা হৈছে।

হঠাতে ঘোষণা কৰা লকডাউনৰ বাবে ঘূৰি আহিব নোৱাৰাত লোকসকল তাৰ ছয় মহলীয়া অট্টালিকাটোত থাকিবলৈ লৈছিল।

বাতৰি অনুসৰি, অসমৰ কেইবাজনো লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

হজৰত নিজামুদ্দিনৰ ধৰ্মীয় সমাৱেশটোত সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান আওকাণ কৰি সন্মিলিত হোৱাৰ পাছত কৰ’না সংক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খৱৰে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে, ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে উক্ত সমাৱেশত অংশ লোৱা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ গুৰুত্ব সদৰী কৰিছে।

মন্ত্রীগৰাকীয়ে টুইট কৰি লিখিছে: ”নিজামুদ্দিন দৰগাহ তথা ইয়াৰ আশে-পাশে উপস্থিত থকা ২৯৯ গৰাকী ব্যক্তিৰ তালিকা অসম চৰকাৰৰ হাতত পৰিছে৷এইসকল ব্যক্তি অসমলৈ উভতিছে নেকি সন্ধান কৰিবলৈ জিলা প্ৰশাসনক জনোৱা হৈছে৷তেনে লোকৰৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহা সকলক পৃথকে ৰখা ব্যৱস্থা কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে৷”

নিজামুদ্দিন দৰগাহ তথা ইয়াৰ আশে-পাশে উপস্থিত থকা ২৯৯ গৰাকী ব্যক্তিৰ তালিকা অসম চৰকাৰৰ হাতত পৰিছে৷এইসকল ব্যক্তি অসমলৈ উভতিছে নেকি সন্ধান কৰিবলৈ জিলা প্ৰশাসনক জনোৱা হৈছে৷তেনে লোকৰৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহা সকলক পৃথকে ৰখা ব্যৱস্থা কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে৷

— Himanta Biswa Sarma (@himantabiswa) March 31, 2020

 

আনহাতে, এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱত দিয়া এখন সংবাদমেলত উক্ত সমাৱেশত নগাঁও জিলাৰ এই পৰ্যন্ত ২৮ জন লোকে অংশ লোৱাটো নিশ্চিত হোৱা বুলি প্ৰকাশ কৰিছে।

তেওঁ সদৰী কৰে যে যিসকল লোক তালৈ যোৱা বুলি খৱৰ পোৱা গৈছিল জিলা প্ৰশাসনে সেই সমূহ পৰিয়ালৰ তাত গৈ এই কথা নিশ্চিত কৰিছে। পৰিয়ালৰ লোকে উক্ত লোককেইজন ঘৰত নথকা বুলি জানিব দিয়ে।

মন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত নগাঁও জিলাত এই সংখ্যা বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰে।

আনহাতে, অসমৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰো পাঁচ গৰাকী লোকে উক্ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd