• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানছ ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2019 6:55 am
Assam-Secretariat-Janata-Bhavan-1140x570
5.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীলৈ প্ৰধান মন্ত্ৰী মোদীয়ে মৰগীয়া বানছ ৫% বৃদ্ধি ঘোষণা কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীলৈও সমান শতকৰা হাৰত মৰগীয়া বানছ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে সোণোৱালে চৰকাৰে, যিটোক দেৱালীৰ উপহাৰ বুলিব পাৰি।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া ভাট্টা বৃদ্ধি কৰাৰ এই সিদ্ধান্তটো ঘোষণা কৰা হৈছে ২২ অক্টোবৰত।

এই বৰ্ধিত হাৰ ২০১৯ চনৰ ১ জুলাইৰ পৰাই কাৰ্যকৰী হ’ব আৰু অৱসৰ লোৱা কৰ্মচাৰী সকলেও অৰ্থাৎ পেন্সন লাভ কৰা সকলেও তেওঁলোকৰ পেন্সন এই ৫ শতাংশ বৃদ্ধিৰ হাৰত লাভ কৰিব।

সদ্যহতে মুঠ ৪ মাহৰ বৰ্ধিত মৰগীয়া ভাট্টা কৰ্মচাৰীসকলে একেলগে লাভ কৰিব।

ইয়াৰ আগলৈকে কৰ্মচাৰীসকলৰ মৰগীয়া বানছ ১২ শতাংশ আছিল আৰু এতিয়াৰ পৰা ১৭ শতাংশকৈ লাভ কৰিব।

ৰাজ্য চৰকাৰৰ এই ঘোষণাই ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকললৈ সন্তুষ্টি কঢ়িয়াই আনিছে বুলি জানিবলৈ দিছে সচিবালয় সেৱা সন্থাই।

৫ শতাংশ মৰগীয়া ভাট্টা বৃদ্ধিৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰিছে সচিবালয় সেৱা সন্থাৰ সভাপতি বাসৱ কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই।

“চৰকাৰে দীপান্বিতাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ১২ শতাংশ ৰ পৰা ১৭ শতাংশলৈ মৰগীয়া বানচ বৃদ্ধি কৰাত অনুমোদন দিয়া হেতু অসম সচিবালয় সেৱা সন্থাৰ তৰফৰ পৰা সভাপতি বাসৱ চন্দ্র কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই মুখ্য মন্ত্রী আৰু বিত্ত মন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে আগন্তুক দীপান্বিতা উপলক্ষে মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যৰ কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।’ সচিবালয় সেৱা সন্থাৰ এটা বিবৃতিত প্ৰকাশ।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd