• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলসাঁকোৰ নগ্ন প্ৰতিবাদক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 8:58 am
শিলসাঁকোত উচ্ছেদ অভিযানৰ বিৰুদ্ধে মহিলা ৰাজপথলৈ ওলাই আহি  সাব্যস্ত কৰে অৰ্ধনগ্ন প্ৰতিবাদ।

শিলসাঁকোত উচ্ছেদ অভিযানৰ বিৰুদ্ধে মহিলা ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে অৰ্ধনগ্ন প্ৰতিবাদ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযানক লৈ বৃদ্ধি পোৱা উত্তেজনা আৰু প্ৰতিবাদক লৈ শুকুৰবাৰে বিভিন্ন ৰাজনৈতিক দল-সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

জলাশয় অঞ্চলত বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰা মাটি মুকলি কৰাৰ প্ৰচেষ্টাত বিশাল যন্ত্ৰপাতি ব্যৱহাৰ কৰি কেইবাটাও ঘৰ ভাঙি পেলোৱাৰ সময়তে মহিলাসকলে ৰাজপথলৈ ওলাই আহি উচ্ছেদ অভিযানৰ বিৰুদ্ধে অৰ্ধনগ্ন প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্থানীয় লোকৰ সৈতে হোৱা আলোচনা আৰু যোগ্য ব্যক্তিক ক্ষতিপূৰণ দিয়াৰ প্রতিশ্রুতি দি প্রশাসনৰ এই কার্যক সমৰ্থন কৰে।

Apply Now

নগাঁৱত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ৰাইজৰ সৈতে তিনিদিনীয়া আলোচনা আৰু সন্মতি লোৱাৰ অন্তত উচ্ছেদ অভিযান চলোৱা হৈছিল। জিলা উপায়ুক্তই প্ৰদান কৰিবলগীয়া ক্ষতিপূৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছিল, আৰু আমি নিজৰ মাটিৰ পৰা স্থানচ্যুত হোৱাসকলৰ বাবে ফ্লেট নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।’

উচ্ছেদৰ কাম আৰম্ভ কৰিবলৈ আৰক্ষী আৰু অসামৰিক প্ৰশাসন আহি পোৱাৰ লগে লগে স্থানীয় বাসিন্দাসকলে নিজৰ উচ্ছেদ বিৰোধী মতামত প্ৰকাশ কৰে।

যেতিয়া দুগৰাকী মহিলাই প্ৰতিবাদৰ ৰূপত নিজৰ অন্তৰ্বাসললৈকে কাপোৰ খুলিছিল, তেতিয়া আৰক্ষীৰ মহিলাসকলে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি তেওঁলোকক ঢাকি ৰাখিছিল আৰু আন কেইবাগৰাকীও প্ৰতিবাদকাৰীৰ সৈতে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাই নিছিল।

পখিলা তামুলী নামৰ এগৰাকী বাসিন্দাই কয়, ‘প্ৰতিবাদৰ সময়ত কমেও ২৫ জন লোকক আৰক্ষী বিষয়াই আটক কৰি ৰাখিছিল। আমাৰ দুৰ্দশাৰ প্ৰতি শাসকীয় দল উদাসীন যেন লাগে। কিছুমান ঘৰ ভাঙি পেলোৱাৰ বিপৰীতে আন কিছুমান ঘৰ নভঙাটো ন্যায্য নেকি? আমাৰ ভূমিৰ অধিকাৰ ঘূৰাই নোপোৱালৈকে আমি প্ৰতিবাদ কৰি যাম।”

আন এজন বাসিন্দা মনোজ কুমাৰ শৰ্মাই কয় যে সেইদিনা অশান্তি সংঘটিত হোৱাৰ অনুমান কৰি পূৰ্বৰ নিশাৰ পৰাই অঞ্চলটোত আৰক্ষীৰ উপস্থিতি বজাই ৰখা হৈছিল।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযানত ছয়ৰ পৰা সাতখন দেৱাল ভাঙি পেলোৱাৰ পিছতে হতাশ হৈ পৰা গাঁৱৰ লোকসকলে উচ্ছেদ প্ৰতিহত কৰাৰ বাবে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে।

প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, ‘’অসমত প্ৰথমবাৰৰ বাবে এনে অৰ্ধনগ্ন প্ৰতিবাদ হ’বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। ৰাইজে অনুভৱ কৰিছে যে তেওঁলোকৰ হাতত প্ৰতিবাদ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।”

অনুসুচিত জাতি যুব ছাত্ৰ পৰিষদ অসমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক স্বৈৰাচাৰী বুলি অভিহিত কৰি এই কাৰ্যক তীব্ৰ গৰিহনা দিয়ে।

এজেৱাইচিপিএৰ সভাপতি ৰুবুল দাসে কয়, ‘অৰ্ধনগ্ন প্ৰতিবাদত আমি স্তম্ভিত হৈছো। ভূমিৰ অধিকাৰৰ বাবে সংগ্ৰামত হতাশগ্ৰস্ত হোৱাৰ বাবেই মহিলাসকলে এনে ব্যৱস্থাৰ আশ্ৰয় লৈছে। আমি এই পৰিস্থিতিক গৰিহণা দিছো।’

দাসে লগতে কয়, “আক্ৰান্তসকলৰ অধিকাংশই বড়ো, মিছিং, কাৰ্বি, আহোম, বিষ্ণুপ্ৰিয়া মণিপুৰী আদি বিভিন্ন অসমীয়া জনগোষ্ঠীৰ। উপযুক্ত পুনসংস্থাপন অবিহনে উচ্ছেদ কৰাটো অমানৱীয়।”

অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ শাসনত মহিলাৰ সুৰক্ষাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগৰ বিষয়টো তুলি ধৰি এই প্ৰতিবাদক লৈ আশ্চৰ্য আৰু খেদ প্ৰকাশ কৰে।

আম আদমী পাৰ্টিৰ যুৱ শাখাৰ সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই তেওঁলোকৰ উদ্বেগক চৰকাৰে সঁহাৰি নিদিয়া বুলি অভিযোগ কৰি মহিলাসকলে তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈকে এনে ব্যৱস্থাৰ আশ্ৰয় লোৱা বুলি যুক্তি আগবঢ়ায়।

হাজৰিকাই কয়, ‘চৰকাৰে জনসাধাৰণৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে মহিলাসকলে দৃষ্টি আকৰ্ষণ কৰিবলৈ চৰম ব্যৱস্থাৰ আশ্ৰয় লোৱাৰ বাহিৰে আন উপায় দেখা নাই।‘

অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই অসম চৰকাৰক সমালোচনা কৰি কয় যে, “বিজেপিয়ে খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া অসমীয়া মহিলাসকলে কাপোৰ খুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd