• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ চক্ৰ বিষয়াসকলৰ ব্যাপক ৰদবদল; চাওক কোনে ক’ত পালে দায়িত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2021 7:31 pm
Assam-Govt.-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই বিভিন্ন বিভাগৰ বিষয়াসকলক ৰদবদল কৰা হৈছে। এইবাৰ ৰাজ্যৰ চক্ৰ বিষয়া সকলৰ ব্যাপক ৰদবদল কৰা হৈছে। শেহতীয়াকৈ চক্ৰ বিষয়া সকলৰ বদলিৰ  প্ৰকাশ পোৱা তালিকাখন হৈছে এনেধৰণৰঃ-

* উত্তৰ গুৱাহাটীৰ চক্ৰবিষয়া জীৱন কৃষ্ণ গোস্বামীক শিৱসাগৰলৈ বদলি।
* ৰঙিয়াৰ চক্ৰবিষয়া চন্দন বৰগোঁহাইক হোজাইলৈ বদলি।

Apply Now

* কামৰূপ গৰৈমাৰীৰ চক্ৰবিষয়া বিমান দাসক মৰিগাঁৱৰ মায়ঙলৈ বদলি।
* কৰিমগঞ্জৰ বদৰপুৰৰ চক্ৰবিষয়া দেৱজ্যোতি গগৈক ছিপাঝাৰলৈ বদলি।

* বকোৰ চক্ৰ বিষয়া দীপশিক্ষা শইকীয়াক নাহৰকটীয়ালৈ বদলি।
* মৰিগাঁৱৰ ভূৰাগাঁৱৰ চক্ৰবিষয়া সংগীতা দেৱীক টিহুলৈ বদলি।

* নাজিৰাৰ চক্ৰবিষয়া শান্তনু গগৈক ধুবুৰীৰ চাপৰলৈ বদলি।

* টিয়কৰ চক্ৰ বিষয়া লীনা কুমাৰীক ৰঙিয়ালৈ বদলি।

* সোনাৰীৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজক আজাৰালৈ বদলি।

* চয়গাঁৱৰ চক্ৰবিষয়া জয়ন্ত বৰাক লখিমপুৰলৈ বদলি।

* ডিব্ৰুগড় টেঙাখাটৰ চক্ৰবিষয়া মিনাৰ্ভা দেৱী আৰামবামক কলাইগাঁৱলৈ বদলি।

* মৰানৰ চক্ৰবিষয়া লুকুমনি বৰাক মৰিগাঁৱৰ ভূৰাগাঁৱলৈ বদলি।
* চাবুৱাৰ চক্ৰবিষয়া ঋতু পল্লৱ বৰুৱাক বৰপেটাৰ কলগাছিয়ালৈ বদলি।

* গোলাঘাটৰ মৰঙিৰ চক্ৰবিষয়া ডেভিড কুমাৰ বৰাক হাইলাকান্দিলৈ বদলি।

* সৰুপথাৰৰ চক্ৰবিষয়া সোণতৃষ্ণা ঘৰফলিয়াক বাক্সাৰ বৰমালৈ বদলি।

* হোজাইৰ চক্ৰ বিষয়া ৰাহুল দলেক ঢকুৱাখনালৈ বদলি।
* হোজাইৰ ডবকাৰ চক্ৰবিষয়া টিংকুমনি বৰাক নলবাৰীলৈ বদলি।

* গোৱালপাৰাৰ বালিজানৰ চক্ৰবিষয়া ধ্ৰুৱজ্যোতি পাঠকক পলাশবাৰীলৈ বদলি।
* গোৱালপাৰা লখিপুৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথক চামগুৰিলৈ বদলি।

* বৰপেটাৰ চক্ৰবিষয়া প্ৰাঞ্জল কুমাৰ দাসক বিশ্বনাথলৈ বদলি।
* বৰপেটাৰ বৰনগৰ চক্ৰবিষয়া পাৰ্থ প্ৰতিম খনিকৰক কাছাৰৰ উধাৰবন্দলৈ বদলি।

* বঙাইগাঁও বইটামাৰীৰ চক্ৰবিষয়া পল্লৱ জ্যোতি দাসক যোৰহাটলৈ বদলি।
* বঙাইগাঁৱৰ ডাঙটল চক্ৰবিষয়া সোণাশ্ৰী ব্ৰহ্মক ৰহালৈ বদলি।

* মাজবাটৰ চক্ৰ বিষয়া সূৰয সোণোৱালক কামৰুপৰ চয়গাঁৱলৈ বদলি।
* কলাইগাঁৱৰ চক্ৰবিষয়া ৰুণাভ ৰামচিয়াৰিক বঙাইগাঁৱলৈ বদলি।

* তামুলপুৰ চক্ৰবিষয়া ৰূপকমল ৰাভাক বিলাসীপাৰালৈ বদলি ।
* বাক্সাৰ চক্ৰবিষয়া নিলুৎপল পাঠকক ধেমাজিৰ চিচিবৰগাঁৱলৈ বদলি।
* কাছাৰ জিলাৰ কাটিগৰা চক্ৰবিষয়া প্ৰাঞ্জিত কুমাৰ দেৱক বৰপেটাৰ চেঙালৈ বদলি।

* চন্দ্ৰপুৰৰ চক্ৰবিষয়া ভাৰত কোঁৱৰক দিছপুৰলৈ বদলি।

* নলবাৰী সদৰৰ চক্ৰবিষয়া বনশ্ৰী ডেকাক মৰিগাঁৱলৈ বদলি।
* পশ্চিম নলবাৰীৰ চক্ৰবিষয়া চিন্ময় পাঠকক তিনিচুকীয়া সদৰলৈ বদলি।

* চামুগুৰিৰ চক্ৰবিষয়া প্ৰাঞ্জল বৰুৱাক বৰপেটালৈ বদলি।
* কলিয়াবৰৰ চক্ৰবিষয়া অন্তৰা সেনক কৰিমগঞ্জলৈ বদলি।

* লখিমপুৰৰ কাদমৰ চক্ৰবিষয়া গোপাল শৰ্মাক গোলাঘাটলৈ বদলি।
* ঢকুৱাখনাৰ চক্ৰবিষয়া অপূৰ্ব নাথক ডিব্ৰুগড়লৈ বদলি।

* কৰিমগঞ্জৰ আৰ কে নগৰৰ চক্ৰ বিষয়া ভন লাল লিমপুইয়াক নাজিৰালৈ বদলি।
* কোকৰাঝাৰৰ চক্ৰবিষয়া ৰাহুল ফুকনক দুধনৈলৈ বদলি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd