• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোঁৱাচাঙত মোদীৰ ডিজিটেল ইণ্ডিয়া! ৰাজ্য চৰকাৰৰ ৱেবছাইটৰ নাই আপডেইট, নহয় ম’বাইল-ফ্ৰেইণ্ডলি

এতিয়াও বেটা ভাৰ্ছনত; ম'বাইলত চাই তথ্য সংগ্ৰহত ব্যৰ্থ বহু য়ুজাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2019 9:59 pm
Govt website

assam.gov.in ৱেবছাইটটোৰ ম'বাইল ভিউৰ দুটা স্ক্ৰীনশ্বট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰেক্ষাপটত প্ৰধান মন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়াৰ ধাৰণাটো ধোঁৱাচাঙত উঠা বুলি ক’ব পাৰি।

তথ্য-প্ৰযুক্তিৰ আজিৰ দ্ৰুত অগ্ৰগতিৰ যুগত অসম চৰকাৰৰ মূল ৱেবছাইটটো মসৃণভাৱে য়ুজাৰ ফ্ৰেইণ্ডলি নোহোৱাৰ উপৰি শেহতীয়া তথ্যৰ সৈতে আপডেইট নহয়।

Apply Now

এজন য়ুজাৰে আজি ৰাজ্য চৰকাৰৰ assam.gov.in নামৰ ৱেবছাইটটো ভিজিট কৰাৰ পিছত আৱিষ্কাৰ কৰে যে এইটো এতিয়াও Beta ভাৰ্চনতে আছে।

তাৰোপৰি ম’বাইলত ৱেবছাইটটো ভালদৰে খোল নোখোৱা বুলিও তেওঁ অভিযোগ কৰে।

“মই বহু সময় ধৰি চৰকাৰী ৱেবছাইটটোত উচ্চপদস্থ বিষয়াৰ ই-মেইল, ফোন নম্বৰ তথা তেওঁলোক কি পদবীত আছে জানিবলৈ খুঁচৰি আছো। কিন্তু ম’বাইলত ছাইটটো অনুপযুক্ত ডিছপ্লেইৰ সৈতেহে খোল খায় আৰু ইয়াত শেহতীয়া তথ্যবোৰ নাই”, য়ুজাৰগৰাকীৰ ভাষ্য।

“মইতো অনবৰতে লেপটপটো লগত লৈ ফুৰিব নোৱাৰো”, তেওঁ লগতে কয়।

একেদৰে আন কেইবাগৰাকী ভুক্তভোগীয়ে ম’বাইলত ৱেবছাইটটো ভালকৈ চাব পৰা নাই বুলি অভিযোগ কৰে।

এই সন্দৰ্ভত আমাৰ সাংবাদিকে মুখ্য সচিব আলোক কুমাৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰা জানিব বিচাৰি সোধে, “চৰকাৰৰ মূল ৱেবছাইটটো ম’বাইল ফ্ৰেইণ্ডলি হৈ উঠা নাই নেকি? আজি বহুজনে ম’বাইলত ৱেবছাইটটো চাব পৰা নাই বুলি অভিযোগ কৰিছে। আৰু বৰ্তমানো Beta Version-তে আছে নেকি?”

“ঠিক আছে, মই এই বিষয়ে খবৰ লৈ আছো”, কেৱল এই সংক্ষিপ্ত উত্তৰহে দিয়ে মুখ্য সচিব আলোক কুমাৰে।

ইপিনে, এই বিষয়ত NIC বিভাগৰ দিগন্ত বৰ্মন নামৰ এজন বিষয়াৰ সৈতে কথা পতাত তেওঁ কয় “মই এতিয়া গুৱাহাটীত নাই। কিবা হৈছে নেকি খবৰ কৰি চাই আছো। হ’ব পাৰে ম’বাইল কম্পেটিবিলিটি নাই নেকি সুধিব লাগিব।”

আন এজন য়ুজাৰে কয় যে চৰকাৰৰ প্ৰায়বোৰ বিভাগৰ ৱেবছাইট আপডেইট নহয়। আৰক্ষীৰ ৱেবছাইট চালে তাত পোৱা আৰক্ষী থানাৰ ফোন নম্বৰবোৰ উল্লেখ কৰা থানাখনত নালাগি আন ক’ৰবাত লাগে। আৰক্ষী বিষয়াসকলৰ নামতো আছে ব্যাপক খেলিমেলি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd