DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসম চৰকাৰৰ চাকৰিয়ালৰ মাৰ্চ মাহৰ দৰমহাৰ ১০-২০% কৰ্তনৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 6:10 pm
himanta-biswa-sarma

ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিয়ালসকলৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০ শতাংশ কৰ্তন কৰিব। ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সৈতে আজি এক বৈঠকত মিলিত হোৱাৰ পিছত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ঘোষণা কৰে।

লগতে পঢ়ক ৰাজ্যত শীঘ্ৰেই ৪০০০-৫০০০ ক’ৰ’না আক্ৰান্ত ব্যক্তিক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাৰ ব্যৱস্থা হ’ব : হিমন্ত বিশ্ব শৰ্মা

অৱশ্যে কৰ্তন কৰা দৰমহা অহা বিত্তীয় বৰ্ষত ৪.৫% সূদত উভতাই দিয়া হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

বিত্ত বিভাগৰ উক্ত সিদ্ধান্তক কৰ্মচাৰী পৰিষদে আদৰণি জনোৱা বুলি জানিবলৈ দি মন্ত্ৰী শৰ্মাই লগতে কয় যে অসম চৰকাৰে ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰিবলগীয়া ৫খন ICU যুক্ত অস্থায়ী চিকিৎসালয়ৰ বাবে কৰ্মচাৰী পৰিষদে অনুদান আগবঢ়াব।

উল্লেখযোগ্য যে এই পৰ্যন্ত অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা কোনো লোক ধৰা পৰা নাই যদিও ভাৰতৰ আন আন ৰাজ্যত ই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামকে ধৰি দেশত এতিয়ালৈকে মূঠ ৭৯৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd